Skip to content

Skip to table of contents

যিহোৱাৰ পৰিয়ালৰ একতা

যিহোৱাৰ পৰিয়ালৰ একতা

ইফিচীয়া ৪:৩

ৰাতিপুৱা

  • ৯:৩০ সংগীত

  • ৯:৪০ গীতৰ সংখ্যা ৮৫ আৰু প্ৰাৰ্থনা

  • ৯:৫০ যিহোৱাই নিজৰ পৰিয়ালৰ ভাগ হʼবলৈ আমাক সুযোগ দিছে

  • ১০:০৫ পৰিচৰ্চ্চা: তেওঁলোকে আনক হৃদয়েৰে গ্ৰহণ কৰিলে

    • • ইলীহূ

    • • লুদিয়া

    • • যীচু

  • ১১:০৫ গীতৰ সংখ্যা ১০০ আৰু ঘোষণা

  • ১১:১৫ যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ আনক সহায় কৰি থাকক

  • ১১:৩০ সমৰ্পণৰ ভাষণ

  • ১২:০০ গীতৰ সংখ্যা ১৩৫

আবেলি

  • ১:১০ সংগীত

  • ১:২০ গীতৰ সংখ্যা ১৩২ আৰু প্ৰাৰ্থনা

  • ১:৩০ জনসাধাৰণৰ বাবে ভাষণ: আপোনাৰ ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ আছে নে?

  • ২:০০ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ২:৩০ গীতৰ সংখ্যা ১৩৬ আৰু ঘোষণা

  • ২:৪০ পৰিচৰ্চ্চা: শান্তি কেনেকৈ বজাই ৰাখিব পাৰি?

    • • উৎসাহিত কৰিব পৰা কথা কওক

    • • ‘প্ৰেম আচৰণ কৰক’

    • • শত্ৰুবিলাকক বিৰোধ কৰক

  • ৩:৪০ ভাই-ভনীসকলৰ বাবে যিহোৱাক ‘ধন্যবাদ কৰিবলৈ নেৰিব’

  • ৪:১৫ গীতৰ সংখ্যা ১০৭ আৰু প্ৰাৰ্থনা