Skip to content

Skip to table of contents

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

বাপ্তিষ্মা শনিবাৰৰ ৰাতিপুৱাৰ কাৰ্য্যক্ৰমৰ পাছত বাপ্তিষ্মাৰ বাবে ব্যৱস্থা কৰা হৈছে। আপোনাৰ মণ্ডলীৰ প্ৰাচীনে আপোনাৰ এলেকাৰ পৰিস্থিতিৰ অনুসৰি ইয়াৰ ব্যৱস্থা কৰিছে। 

দান-বৰঙণি এই অধিৱেশনৰ কাৰ্য্যক্ৰম ৫০০ তকৈ বেছি ভাষাত অনুবাদ কৰা হৈছে। আপোনালোকৰ দানৰ যোগেদি গোটেই বিশ্বজুৰি আমাৰ কাম ভালদৰে হৈছে। আপুনি donate.pr418.com-ৰ যোগেদি অনলাইন দান কৰিব পাৰে। আপোনালোকে দিয়া দানৰ বাবে আমি আপোনালোকক হৃদয়ৰপৰা ধন্যবাদ দিছোঁ। ৰাজ্যৰ কাম আগবঢ়াবলৈ আপোনালোকে উদাৰ মনেৰে দিয়া দানৰ বাবে প্ৰশাসন গোষ্ঠীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ দ্বাৰা ব্যৱস্থা কৰা হয়

© 2022 Watch Tower Bible and Tract Society of Pennsylvania