দেওবাৰ
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ১০১ আৰু প্ৰাৰ্থনা
-
৯:৪০ পৰিচৰ্চ্চা: তেওঁলোকে শান্তি ৰুলে আৰু তাক দাবলৈ পালে
-
• যোচেফ আৰু তেওঁৰ ভাইসকল (গালাতীয়া ৬:৭, ৮; ইফিচীয়া ৪:৩২)
-
• গিবিয়োনিয়াবিলাক (ইফিচীয়া ৫:১৭)
-
• গিদিয়োন (বিচাৰকৰ্ত্তাবিলাক ৮:২,৩)
-
• অবীগল (১ চমূৱেল ২৫:২৭-৩১)
-
• মফীবোচৎ (২ চমূৱেল ১৯:২৫-২৮)
-
• পৌল আৰু বাৰ্ণব্বা (পাঁচনিৰ কৰ্ম্ম ১৫:৩৬-৩৯)
-
• বৰ্তমান সময়ৰ ভাই-ভনীসকল (১ পিতৰ ২:১৭)
-
-
১১:০৫ গীতৰ সংখ্যা ২৮ আৰু ঘোষণা
-
১১:১৫ জন ভাষণ: ঈশ্বৰৰ লগত বন্ধুত্ব—সম্ভৱনে? (যাকোব ৪:৮; ১ যোহন ৪:১০)
-
১১:৪৫ গীতৰ সংখ্যা ১৪৭ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ২৩
-
১:৫০ নাটক: যিহোৱাই আমাক শান্তিৰ বাটত লৈ যায়—ভাগ ২ (যিচয়া ৪৮:১৭, ১৮)
-
২:৩০ গীতৰ সংখ্যা ১৩৯ আৰু ঘোষণা
-
২:৪০ বিশ্বশান্তি—নিশ্চয় সম্ভৱ! (ৰোমীয়া ১৬:২০; ১ কৰিন্থীয়া ১৫:২৪-২৮; ১ যোহন ৩:৮)
-
৩:৪০ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা