Skip to content

Skip to table of contents

শুক্ৰবাৰ

শুক্ৰবাৰ

“যিহোৱাই নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্ব্বাদ কৰিব”—গীতমালা ২৯:১১

ৰাতিপুৱা

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ১৪৪

  • ১:৫০ পৰিচৰ্চ্চা: শান্তিৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আনন্দিত হওক

    • • “মোৰ দাসবিলাকে হলে ভোজন কৰিব . . . মোৰ দাসবিলাকে হলে পান কৰিব” (যিচয়া ৬৫:১৩, ১৪)

    • • ‘লোকবিলাকে ঘৰ সাজিব . . . আৰু দ্ৰাক্ষাবাৰী পাতিবʼ (যিচয়া ৬৫:২১-২৩)

    • • “ৰাংকুকুৰ আৰু ভেড়া পোৱালি একে ঠাইতে চৰিব” (যিচয়া ১১:৬-৯; ৬৫:২৫)

    • • “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব” (যিচয়া ৩৩:২৪; ৩৫:৫, ৬)

    • • ‘তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিবʼ (যিচয়া ২৫:৭, ৮)

  • ২:৫০ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা

  • ৩:০০ পৰিচৰ্চ্চা: পৰিয়ালৰ শান্তিৰ বাবে পথপ্ৰদৰ্শকৰ মতে চলক

  • ৩:৫৫ ‘শান্তিৰ শাসকক‘ মনে-প্ৰাণে সমৰ্থন কৰক (যিচয়া ৯:৬, ৭; তীত ৩:১, ২)

  • ৪:১৫ এই জগতৰ মিছা শান্তিত ভুল নাযাব! (মথি ৪:১-১১; যোহন ১৪:২৭; ১ থিচলনীকীয়া ৫:২, ৩)

  • ৪:৫০ গীতৰ সংখ্যা ১১২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা