Skip to content

Skip to table of contents

দেওবাৰ

দেওবাৰ

‘যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰি আছে’—যিচয়া ৩০:১৮

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৯৫ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: ধৈৰ্য্য দেখুৱাৰ ভাল উদাহৰণ—ভাববাদীসকল

    • • এলিয়া (যাকোব ৫:১০, ১৭, ১৮)

    • • মীখা (মীখা ৭:৭)

    • • হোচেয়া (হোচেয়া ৩:১)

    • • যিচয়া (যিচয়া ৭:৩)

    • • যিহিষ্কেল (যিহিষ্কেল ২:৩-৫)

    • • যিৰিমিয়া (যিৰিমিয়া ১৫:১৬)

    • • দানিয়েল (দানিয়েল ৯:২২, ২৩)

  • ১১:০৫ গীতৰ সংখ্যা ১৪২ আৰু ঘোষণা

  • ১১:১৫ জন ভাষণ: ঈশ্বৰে আপোনাক সহায় কৰিবনে? (যিচয়া ৬৪:৪)

  • ১১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ১২:১৫ গীতৰ সংখ্যা ৯৪ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ১১৪

  • ১:৫০ ভিডিঅʼ ড্ৰামা: “তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা”—ভাগ ২ (গীতমালা ৩৭:৫)

  • ২:৩০ গীতৰ সংখ্যা ১১৫ আৰু ঘোষণা

  • ২:৪০ ‘যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰি আছে’ (যিচয়া ৩০:১৮-২১; ৬০:১৭; ২ ৰাজাৱলি ৬:১৫-১৭; ইফিচীয়া ১:৯, ১০)

  • ৩:৪০ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা