Skip to content

Skip to table of contents

শনিবাৰ

শনিবাৰ

‘সকলোলৈকে দীৰ্ঘ-সহিষ্ণু অৰ্থাৎ ধৈৰ্য্যৰে ব্যৱহাৰ কৰা’—১ থিচলনীকীয়া ৫:১৪

ৰাতিপুৱা

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ১০৬

  • ১:৫০ তৎক্ষণাৎ নিজৰ ইচ্ছা পূৰ কৰাৰ পৰা কিয় আঁতৰি থকা উচিত? (১ থিচলনীকীয়া ৪:৩-৫; ১ যোহন ২:১৭)

  • ২:১৫ পৰিচৰ্চ্চা: “অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল”

    • • হেবলক অনুকৰণ কৰক, আদমক নহয় (উপদেশক ৭:৮)

    • • যাকোবক অনুকৰণ কৰক, এচৌক নহয় (ইব্ৰী ১২:১৬)

    • • মোচিক অনুকৰণ কৰক, কোৰহক নহয় (গণনা পুস্তক ১৬:৯, ১০)

    • • চমূৱেলক অনুকৰণ কৰক, চৌলক নহয় (১ চমূৱেল ১৫:২২)

    • • যোনাথনক অনুকৰণ কৰক, অব্‌চালোমক নহয় (১ চমূৱেল ২৩:১৬-১৮)

  • ৩:১৫ গীতৰ সংখ্যা ৮৭ আৰু ঘোষণা

  • ৩:২৫ ভিডিঅʼ ড্ৰামা: “তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা”—ভাগ ১ (গীতমালা ৩৭:৫)

  • ৩:৫৫ ‘তাড়নাৰ সময়ত আমি ধৈৰ্য্যৰে সহন কৰোঁ’ (১ কৰিন্থীয়া ৪:১২; ৰোমীয়া ১২:১৪, ২১)

  • ৪:৩০ গীতৰ সংখ্যা ৭৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা