Skip to content

Skip to table of contents

Penguins: By courtesy of John R. Peiniger

শুক্ৰবাৰ

শুক্ৰবাৰ

‘প্ৰেমে সহন কৰে’—১ কৰিন্থীয়া ১৩:৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৬৬ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: ধৈৰ্য্যৰ কিয় প্ৰয়োজন? (যাকোব ৫:৭, ৮; কলচীয়া ১:৯-১১; ৩:১২)

  • ১০:১০ পৰিচৰ্চ্চা: “প্ৰত্যেক বিষয়েৰেই এক এক সময় আছে”

    • • সময়ৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক (উপদেশক ৩:১-৮, ১১)

    • • বন্ধুত্ব গঢ়ি তুলিবলৈ সময় লাগে (হিতোপদেশ ১৭:১৭)

    • • যিহোৱাৰ লগত সম্পৰ্ক মজবুত কৰিবলৈ সময় লাগে (মাৰ্ক ৪:২৬-২৯)

    • • লক্ষ্যত উপনীত হʼবলৈ সময় লাগে (উপদেশক ১১:৪, ৬)

  • ১১:০৫ গীতৰ সংখ্যা ১৪৩ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: দায়ূদে যিহোৱালৈ অপেক্ষা কৰিলে (১ চমূৱেল ২৪:২-১৫; ২৫:১-৩৫; ২৬:২-১২; গীতমালা ৩৭:১-৭)

  • ১১:৪৫ ঈশ্বৰৰ ধৈৰ্য্যক আটাইতকৈ মূল্যৱান সম্পত্তি বুলি ভাবক (ৰোমীয়া ২:৪, ৬, ৭; ২ পিতৰ ৩:৮, ৯; প্ৰকাশিত বাক্য ১১:১৮)

  • ১২:১৫ গীতৰ সংখ্যা ১৪৭ আৰু বিৰতি

আবেলি