Skip to content

Skip to table of contents

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ জানক
  1. ১. আমি কিয় “শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”? (ৰোম. ১:১৬; ১১:১৩)

  2. ২. আমি কেনেকৈ শুভবাৰ্তাৰ পক্ষ লʼব পাৰোঁ? (মথি ১০:৩২; ৰোম. ১০:৯)

  3. ৩. ভালদৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আমাক কিহে সহায় কৰে? (২ তীম. ২:১৫)

  4. ৪. আমি কেনেকৈ অনীচিফৰক অনুকৰণ কৰিব পাৰোঁ? (২ তীম. ১:৭, ৮)

  5. ৫. ঈশ্বৰৰ পক্ষে থিয় হʼবলৈ আমি লাজ অনুভৱ নকৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (ইব্ৰী ১০:৩৯; ১ পিত. ৩:১৫; যোহ. ১৮:৩৬; ১ থিচ. ৫:১২, ১৩)

  6. ৬. আমি কেনেকৈ যিহোৱাত গৰ্ব কৰিব পাৰোঁ? (গীত. ৩৪:১, ২; ১ কৰি. ১:৩১)

© 2024 Watch Tower Bible and Tract Society of Pennsylvania

CA-brpgm25-AE