Skip to content

Skip to table of contents

“মই শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”

“মই শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”

ৰোমীয়া ১:১৬

ৰাতিপুৱা

  • ৯:৪০ সংগীত

  • ৯:৫০ গীত নং ৬৭ আৰু প্ৰাৰ্থনা

  • ১০:০০ আমি কিয় “শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”?

  • ১০:১৫ শুভবাৰ্তাৰ পক্ষ লওক

  • ১০:৩০ এনে সেৱক হওক যিজনে নিজৰ কামৰ বাবে লাজত নপৰে

  • ১০:৫৫ গীত নং ৭৩ আৰু ঘোষণা

  • ১১:০৫ সাহস, প্ৰেম আৰু সঠিক দৃষ্টিভংগী দেখুৱাওক

  • ১১:৩৫ বাপ্তিষ্মা: সদায় ‘শুভবাৰ্তাৰ অধীনত থাকক’

  • ১২:০৫ গীত নং ৭৫

আবেলি

  • ১:২০ সংগীত

  • ১:৩০ গীত নং ৭৭

  • ১:৩৫ অনুভৱ

  • ১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ২:১৫ পৰিচৰ্চ্চা: আমি লাজ অনুভৱ নকৰোঁ . . .

    • • ঈশ্বৰৰ নৈতিক মানদণ্ডৰ বাবে

    • • ঈশ্বৰৰ ৰাজ্যৰ বাবে

    • • ঈশ্বৰৰ প্ৰতিনিধিসকলৰ বাবে

  • ৩:০০ গীত নং ৪০ আৰু ঘোষণা

  • ৩:১০ ‘যিহোৱাত গৰ্ব কৰক’

  • ৩:৫৫ গীত নং ৭ আৰু প্ৰাৰ্থনা