এই প্ৰশ্নবোৰৰ উত্তৰ জানক
১. শুভবাৰ্তাৰ প্ৰতি থকা বিশ্বাসে আমাৰ আচাৰ-ব্যৱহাৰৰ ওপৰত কি প্ৰভাৱ পেলায়? (ফিলি. ১:২৭; ৩:৮)
২. শুভবাৰ্তাই আমাৰ জীৱনত কি প্ৰভাৱ পেলায়? (কল. ১:৫, ৬)
৩. শুভবাৰ্তা প্ৰচাৰ কৰি থাকিবলৈ আমাক কিহে উৎসাহিত কৰে? (২ পিত. ৩:১১, ১২; ১ কৰি. ৯:১৯, ২৩)
৪. আমি ঈশ্বৰৰ পৰিচাৰক বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (২ কৰি. ৬:৪-৮)
৫. শুভবাৰ্তাই আমাক কেনেকৈ প্ৰশিক্ষণ দি আছে? (তীত ২:১১-১৪)
© 2024 Watch Tower Bible and Tract Society of Pennsylvania
CA-copgm25-AE