Skip to content

Skip to table of contents

“তোমালোকৰ আচাৰ-ব্যৱহাৰ খ্ৰীষ্টৰ শুভবাৰ্তাৰ অনুসৰি হওক”

“তোমালোকৰ আচাৰ-ব্যৱহাৰ খ্ৰীষ্টৰ শুভবাৰ্তাৰ অনুসৰি হওক”

ফিলিপীয়া ১:২৭

ৰাতিপুৱা

  • ৯:৪০ সংগীত

  • ৯:৫০ গীত নং ৩৫ আৰু প্ৰাৰ্থনা

  • ১০:০০ শুভবাৰ্তাই আপোনাক কেনেকৈ সলনি কৰি আছে?

  • ১০:১৫ পৰিচৰ্চ্চা: শুভবাৰ্তাই তেওঁলোকৰ জীৱনত কি প্ৰভাৱ পেলালে

    • • স্তিফান

    • • ফিলিপ

    • • আক্কিলা আৰু প্ৰিষ্কিলা

    • • তীত

  • ১১:০৫ গীত নং ৭৬ আৰু ঘোষণা

  • ১১:১৫ ঈশ্বৰৰ ভক্তিৰ কাম কৰি থাকক

  • ১১:৩৫ বাপ্তিষ্মা: সদায় ‘শুভবাৰ্তাৰ অধীনত থাকক’

  • ১২:০৫ গীত নং ৩৭

আবেলি

  • ১:২০ সংগীত

  • ১:৩০ গীত নং ৫৬ আৰু প্ৰাৰ্থনা

  • ১:৩৫ জনসাধাৰণৰ বাবে ভাষণ: আপুনি যি বিশ্বাস কৰে, সেয়া কিয় বিশ্বাস কৰে?

  • ২:০৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ২:৩৫ গীত নং ২৪ আৰু ঘোষণা

  • ২:৪৫ পৰিচৰ্চ্চা: “আমি ঈশ্বৰৰ পৰিচাৰক বুলি . . . ”

    • • ধৈৰ্য্যৰ দ্বাৰা দেখুৱাওঁ

    • • দয়াৰ দ্বাৰা দেখুৱাওঁ

    • • বিশ্বাসী হৈ দেখুৱাওঁ

  • ৩:৩০ আপোনাক কেনেকৈ প্ৰশিক্ষণ দিয়া হৈছে?

  • ৪:০০ গীত নং ২৯ আৰু প্ৰাৰ্থনা