Skip to content

Skip to table of contents

ঈশ্বৰে দুষ্ট পৃথিবীক ধ্বংস কৰে

ঈশ্বৰে দুষ্ট পৃথিবীক ধ্বংস কৰে

ঈশ্বৰে দুষ্ট পৃথিবীক ধ্বংস কৰে

১৮ আদমৰ সতি-সন্তাতি বাঢ়ি গʼল। সিহঁতো অতি দুষ্ট হʼল ঈশ্বৰে সিহঁতক ধ্বংস কৰাৰ সিদ্ধান্ত ললে।—আদিপুস্তক ৬:​১, ৫, ৭

১৯ কিন্তু নোহ নামৰ এজন সিদ্ধ লোক আছিল।—আদিপুস্তক ৬:​৮, ৯

যিহোৱাই তেওঁক কলে এখন বৃহৎ নাও নিৰ্ম্মাণ কৰা যাৰ যোগেদি দুষ্টলোকক নাশ কৰাৰ দিনা তেওঁ আৰু তেওঁৰ পৰিয়াল বাছিব। এই নাও খন এটা ডাঙৰ বাকছৰ আকৰৰ আছিল। ইয়াক জাহাজ কোৱা হয়।—আদিপুস্তক ৬:​১৩, ১৪

২০ সিহঁতে বিধে বিধে জীৱ-জন্তু জাহাজত তুলিলে।—আদিপুস্তক ৬:১৯-২১

২১ যিহোৱাই পৃথিবীলৈ জল-প্লাৱন আনিলে। সকলো দুষ্টলোক মৰিল। জাহাজত থকা সকল বাচিলে। কিয় তেনে হল জানেনে?—আদিপুস্তক ৬:১৭; ৭:১১, ১২, ২১; ১ পিতৰ ৩:১০-১২