Skip to content

Skip to table of contents

এজন স্বৰ্গীয় ৰজাই পৃথিবীলৈ আশীৰ্ব্বাদ আনিছে

এজন স্বৰ্গীয় ৰজাই পৃথিবীলৈ আশীৰ্ব্বাদ আনিছে

এজন স্বৰ্গীয় ৰজাই পৃথিবীলৈ আশীৰ্ব্বাদ আনিছে

৪১ যিহোৱাই যীচুক স্বৰ্গত ৰজা পাতিলে।—যিচয়া ৯:৬; দানিয়েল ৭:​১৩, ১৪; পাঁচনিৰ কৰ্ম্ম ২:​৩২-৩৬

৪২ তেওঁ সমগ্ৰ পৃথিবীত শাসন কৰিব।—দানিয়েল ৭:১৪; মথি ২৮:⁠১৮

৪৩ আপোনাৰ মনত আছেনে দুষ্ট মানুহবিলাকৰ কি হব?—গীতমালা ৩৭:​৯, ১০; লূক ১৩:৫

৪৪ প্ৰথম স্বৰ্গদূত যি জনে পাপ কৰিছিল। তেওঁৰ নাম মনত আছেনে? যীচুৱে তাক আৰু অন্য দুষ্ট স্বৰ্গদূতক নষ্ট কৰিব। আনকি সিহঁতৰ মূৰ্ত্তি আৰু প্ৰতিমাও নষ্ট কৰিব।—ইব্ৰী ২:১৪; প্ৰকাশিত বাক্য ২০:​২, ১০

৪৫ যীচুৱে আজ্ঞাকাৰী লোকৰ বাবে বহুতো ভাল কাম কৰিব।—ইব্ৰী ৫:৯

৪৬ কোনো লোক বেমাৰী নহব।—যিচয়া ৩৩:২৪; প্ৰকাশিত বাক্য ২২:​১, ২

আপোনাৰ মনত আছেনে কেনেকৈ যীচুৱে বেমাৰীক আৰোগ্য কৰিছিল?

৪৭ প্ৰত্যেকৰ লগত ভাল বস্তু থাকিব।—যিচয়া ৬৫:১৭; ২১-২৩

৪৮ ঈশ্বৰে মৃত ব্যক্তি সকলক মনত পেলাব তেওঁলোকক জীৱিত কৰাত যীচুক ব্যৱহাৰ কৰিব। ইয়াকে কোৱা হয় পুনৰুস্থান।—যোহন ৫:​২৮, ২৯; ১১:⁠২৫

৪৯ সকলো দুষ্টলোক শেষহোৱাৰ পিচত কোনো মানুহ নমৰিব। আনকি বনৰীয়া জন্তুও বিপদ জনক নহব। প্ৰত্যেকে চিৰ দিনৰ বাবে সুখত থাকিব।—প্ৰকাশিত বাক্য ২১:৪; যিচয়া ৬৫:২৫; গীতমালা ৩৭:​১১, ২৯