কেনেকৈ আমি পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাইছো
কেনেকৈ আমি পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাইছো
৩৫ আপোনাৰ মনত আছেনে? প্ৰথম পুৰুষ আদমে পাপ কৰিছিল? তেওঁ জীৱন আৰু প্ৰমোদ বন হেৰুৱালে, আৰু আমি তেওঁৰ সন্তান হোৱাৰ হেতুকে আমাৰো মৃত্যু হৈছে।—ৰোমীয়া ৫:১২; ৩:২৩
৩৬ আমি শুদ্ধ জীৱন পুনৰ পাব পাৰো যদি অন্য শুদ্ধ ব্যক্তিয়ে আমাৰ বাবে নিজৰ জীৱন দান দিয়ে বা নিজৰ মৃত্যুৰ বিনিময়ত মুক্তি দিয়ে।—১ কৰিন্থীয়া ১৫:৪৫; ৰোমীয়া ৫:১৯, ২১
৩৭ যীচু ঈশ্বৰৰ পুত্ৰ। তেওঁ এজন শুদ্ধ ব্যক্তি। তেওঁ কোনো পাপ কৰা নাছিল।—ইব্ৰী ৫:৯; ৭:২৬
৩৮ তেওঁ নিজকে ঈশ্বৰক প্ৰেম নকৰা সকলৰ ওচৰত নিজকে শুধাই দিছিল।—পাঁচনিৰ কৰ্ম্ম ২:২৩
তেওঁ নিজকে আমাৰ বাবে বলিদান দিলে।—১ তীমথিয় ২:৬
পাঁচনিৰ কৰ্ম্ম ২:২৪
৩৯ যীচুক শিল কাটি গুহাতে কবৰ দিয়া হʼল। তেওঁ তিনিদিন মৃত অৱস্থাতে আছিল। পুনৰ তেওঁক ঈশ্বৰে জীয়াই উঠালে।—৪০ তেওঁপুনৰ স্বৰ্গলৈ গʼল। তেওঁ এতিয়া ঈশ্বৰৰ ওচৰত সেই সকলৰ কাৰনে সহায় বিচাৰিব পাৰে যি সকল লোক আজ্ঞাকাৰী।—ইব্ৰী ৯:২৪; ১ যোহন ২:১, ২