Skip to content

Skip to table of contents

দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?

দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?

দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?

২২ আজিও মানুহ অতি দুষ্ট। তেনে ধৰনৰ বেয়া কাম বিলাক আজি পৃথিবীত হৈ আছে?

২৩ কোনো লোকে অন্য লোকক হত্যা কৰিছে। ঈশ্বৰে কৈছে তোমালোকে এনে কাম নকৰিবা।—যাত্ৰাপুস্তক ২০:১৩; ১ যোহন ৩:​১১, ১২

২৪ বহুতে চোৰ কৰে। ঈশ্বৰে কৈছে তোমালোকে চোৰ নকৰিবা।—যাত্ৰাপুস্তক ২০:১৫; ইফিচীয়া ৪:⁠২৮

২৫ বহুতে বহু বিবাহ কৰে। বহুতে দুজনী বা অধিক ভাৰ্য্যা পৃথকে পৃথক ঘৰত ৰাখে। আনকি বহুতে বিবাহ নকৰাকৈয়ে একেলগে থাকে এইবোৰ বাইবেলৰ শিক্ষাৰ বিপক্ষে।—মথি ১৯:৪-৬; ১ কৰিন্থীয়া ৭:১-৪; ১ তীমথিয় ৩:​১, ২

২৬ আপোনাৰ মনত আছে নে? ঈশ্বৰে আদমক কেৱল এগৰাকী ভাৰ্য্যা হে দিছিল?—আদিপুস্তক ২:​২২, ২৪

২৭ কোনোকোনোৱে মূৰ্ত্তি পুজা কৰে। ঈশ্বৰে কৈছে তোমালোকে উপাসনাৰ বাবে মূৰ্ত্তি বা প্ৰতিমা ব্যৱহাৰ নকৰিবা।—যাত্ৰাপুস্তক ২০:​৪, ৫; যিচয়া ৪৪:৯-১৭; ১ যোহন ৫:⁠২১

২৮ যিহোৱাই মন পৰিবৰ্তন নকৰা দুষ্টসকলক নাশ কৰিব।—গীতমালা ৩৭:​৯, ১০; লূক ১৩:৫; ১ কৰিন্থীয়া ৬:​৯, ১০