মানুহ কিয় মৰে?
মানুহ কিয় মৰে?
৮ যিহোৱাই বিচাৰিছিল মানুহে সমগ্ৰ পৃথিবী সুন্দৰ কৰি—প্ৰমোদ বনত সকলোৱে আনন্দ কৰক।—আদিপুস্তক ১:২৮
আদম আৰু হাৱাই যিহোৱাৰ আজ্ঞা পালন কৰা হলে মানৱ জাতিয়ে অনন্ত কাল জীয়াই থাকিব পাৰিলেহেতেন। তেওঁলোকক কোৱা হৈছিল ভাল আৰু বেয়াৰ জ্ঞান দিয়া বৃক্ষৰ ফল নাখাবলৈ।—আদিপুস্তক ২:১৫-১৭
৯ এজন স্বৰ্গীয়দূত দুষ্ট হৈ, সাপৰ আকৃতি ধৰি হাৱা আৰু আদমক ঈশ্বৰৰ আদেশ উলংঘন কৰালে।—আদিপুস্তক ৩:১-৬
১০ যি স্বৰ্গীয়দূত হাৱাক ভ্ৰান্তি জন্মালে ‘দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপ।’—প্ৰকাশিত বাক্য ১২:৯
আদিপুস্তক ৩:২৩, ২৪
১১ যিহোৱাই অবাধ্যকাৰী হালকেই প্ৰমোদ বনৰ পৰা উলিয়াই পঠালে।—১২ আদম আৰু হাৱাৰ লৰা ছোৱালী হʼল কিন্তু গোটেই পৰিয়ালটো সুখী নহল।—আদিপুস্তক ৩:১৭, ১৮
১৩ আগতে যিহোৱাই কোৱাৰদৰে তেওঁলোক বুঢ়া হʼল আৰু মৰিল।—আদিপুস্তক ৩:১৯; ৰোমীয়া ৫:১২
১৪ এতেকে তেওঁলোকে পশুৰদৰে মৰিল।
পৃথিবীৰ সকলো প্ৰাণী (Soul) মৰে।—উপদেশক ৩:১৮-২০; যিহিষ্কেল ১৮:৪