Skip to content

Skip to table of contents

মৃত্যু কি?

মৃত্যু কি?

মৃত্যু কি?

১৫ যেতিয়া মানুহ মৰে, সি পুনৰ ধুলিলৈ উভতি যায়। সি আৰু একোকে নজনা হয়।—গীতমালা ১৪৬:৪

মৃত ব্যক্তিয়ে কথাপাতিব নোৱাৰে, আনকি একোকে কৰিব নোৱাৰে।—উপদেশক ৯:​৫, ১০

১৬ কিন্তু বহুতো স্বৰ্গীয়দূত দুষ্ট হৈ গল। এতিয়া সিঁহতে মৃত লোক সকলৰ ৰূপ ধৰে। সিঁহতে আমাক বিশ্বাস জন্মাব বিচাৰে যে আমি বাস্তবিকতে মৰা নাই।—আদিপুস্তক ৬:​১, ২; যিহূদা ৬

১৭ গতিকে যিহোৱা ঈশ্বৰে আমাৰ পৰা সেই দুষ্ট স্বৰ্গীয়দূতক বিশ্বাস কৰাতো নিবিচাৰে সি দৰাচলতে পিশাচ হয়।—যাত্ৰাপুস্তক ২২:১৮; দ্বিতীয় বিবৰণ ১৮:​১০, ১১; ৩২:⁠১৭

তেওঁ আমাৰ পৰা নিবিচাৰে যে আমি ভুদু, যাদু বা মায়াকৰ্ম জুজু অভ্যাস কৰো।—গালাতীয়া ৫:​১৯-২১