মৃত্যু কি?
মৃত্যু কি?
১৫ যেতিয়া মানুহ মৰে, সি পুনৰ ধুলিলৈ উভতি যায়। সি আৰু একোকে নজনা হয়।—গীতমালা ১৪৬:৪
মৃত ব্যক্তিয়ে কথাপাতিব নোৱাৰে, আনকি একোকে কৰিব নোৱাৰে।—উপদেশক ৯:৫, ১০
১৬ কিন্তু বহুতো স্বৰ্গীয়দূত দুষ্ট হৈ গল। এতিয়া সিঁহতে মৃত লোক সকলৰ ৰূপ ধৰে। সিঁহতে আমাক বিশ্বাস জন্মাব বিচাৰে যে আমি বাস্তবিকতে মৰা নাই।—আদিপুস্তক ৬:১, ২; যিহূদা ৬
১৭ গতিকে যিহোৱা ঈশ্বৰে আমাৰ পৰা সেই দুষ্ট স্বৰ্গীয়দূতক বিশ্বাস কৰাতো নিবিচাৰে সি দৰাচলতে পিশাচ হয়।—যাত্ৰাপুস্তক ২২:১৮; দ্বিতীয় বিবৰণ ১৮:১০, ১১; ৩২:১৭
তেওঁ আমাৰ পৰা নিবিচাৰে যে আমি ভুদু, যাদু বা মায়াকৰ্ম জুজু অভ্যাস কৰো।—গালাতীয়া ৫:১৯-২১