Skip to content

Skip to table of contents

এই পুথিখন কি দৰে ব্যৱহাৰ কৰিব

এই পুথিখন কি দৰে ব্যৱহাৰ কৰিব

এই পুথিখন কি দৰে ব্যৱহাৰ কৰিব

এই পুথিখন বাইবেল অধ্যয়নৰ পাঠ্যক্ৰম হিচাবে তৈয়াৰ কৰা হৈছে। ইয়াক কিদৰে ব্যৱহাৰ কৰিব? আমি নিম্নলিখিত কাৰ্য্যসুচীত পৰামৰ্শ দিছো যে প্ৰত্যেক পাঠৰ আৰম্ভণিত কিছুমান প্ৰশ্ন দিয়া আছে। প্ৰশ্নৰ পাছত অতিৰিক্ত পৰিচ্ছেদ পাব যত আপুনি প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি উলিয়াব পাৰে। প্ৰথমতে প্ৰশ্নসমূহক সম্পূৰ্ণৰূপে পঢ়ক। সেইবোৰৰ বিষয়ে চিন্তাকৰক তাৰ পাছত প্ৰত্যেক পৰিচ্ছেদ পঢ়ক আৰু আপুনি বাইবেলত শাস্ত্ৰ পদসমূহত চাওঁক। যেতিয়া আপুনি প্ৰত্যেক পাঠ পঢ়ি শেষ কৰিব, তেতিয়া আকৌ প্ৰশ্নসমূহক চাই বাইবেলৰ পৰা প্ৰত্যেক প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। যেতিয়া গোটেই পুথিখন পঢ়া শেষ হব, আকৌ এবাৰ আপুনি প্ৰশ্নসমূহক পৰ্য্যবেক্ষণ কৰক।

নতুবা উল্লেখ কৰা সকলো শাস্ত্ৰীয় পদসমূহ আধুনিক ভাষাৰ পবিত্ৰ বাইবেল আৰু ইয়াৰ সৈতে দিয়া—উল্লেখসমূহৰ পৰা তুলি লোৱা হৈছে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে?