Skip to content

দায়ূদে যিহোৱালৈ অপেক্ষা কৰিলে

দায়ূদে বহুতো অন্যায়ৰ সন্মুখীন হৈছিল, সেইবোৰ ঠিক হোৱাৰ বাবে তেওঁ যিহোৱালৈ অপেক্ষা কৰিবলৈ কেনেকৈ শিকিলে, আহক চাওঁ। এয়া ১ চমূৱেল ২৪:২-১৫; ২৫:১-৩৫; ২৬:২-১২; গীতমালা ৩৭:১-৭ পদৰ ওপৰত আধাৰিত।