Skip to content

‘দেৰি আৰু নহব’

প্ৰকাশিত বাক্য কিতাপৰ ৰোমাঞ্চকৰ ভৱিষ্যবাণীবোৰ কেনেকৈ অতি সোনকালে পূৰ হʼব, তালৈ মন কৰক। ইয়াৰ ফলত যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁলোকে ন্যায় পাব আৰু উদ্ধাৰ লাভ কৰিব। এয়া প্ৰকাশিত বাক্য ১৮:১–১৯:৩; ১৯:১১–২০:৩; ২০:১২-১৫; ২২:১-৭ পদৰ ওপৰত আধাৰিত।