Skip to content

Skip to table of contents

প্ৰকাশিত বাক্য কিতাপ

অধ্যায়বোৰ

সাৰাংশ

    • ঈশ্বৰে যীচুৰ যোগেদি কথাবোৰ প্ৰকাশ কৰে (১-৩)

    • সাতখন মণ্ডলীলৈ নমস্কাৰ (৪-৮)

      • “ময়েই আৰম্ভণি আৰু ময়েই অন্ত” ()

    • পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ যোহন, প্ৰভুৰ দিনত (৯-১১)

    • মহিমাপূৰ্ণ যীচুৰ দৰ্শন (১২-২০)

    • এইবোৰ মণ্ডলীলৈ বাৰ্তা: চাৰ্দ্দি (১-৬), ফিলাদেলফিয়া (৭-১৩), লায়দিকেয়া (১৪-২২)

    • স্বৰ্গত উপস্থিত থকা যিহোৱাৰ দৰ্শন (১-১১)

      • তেওঁ সিংহাসনত বহি আছে ()

      • ২৪ জন প্ৰাচীন সিংহাসনবোৰত বহি আছে ()

      • চাৰিটা জীৱিত প্ৰাণী ()

    • সাতটা মোহৰ মৰা নুৰা (১-৫)

    • ভেড়া পোৱালিয়ে নুৰাখন লয় (৬-৮)

    • ভেড়া পোৱালিয়ে নুৰাখন খোলাৰ যোগ্য (৯-১৪)

    • ভেড়া পোৱালিয়ে প্ৰথম ছটা মোহৰ খুলিলে (১-১৭)

      • বিজয়ীজন বগা ঘোঁৰাৰ ওপৰত বহিছে (১, ২)

      • ৰঙা ঘোঁৰাৰ ওপৰত উঠাজনে শান্তি দূৰ কৰিব (৩, ৪)

      • কʼলা ঘোঁৰাৰ ওপৰত উঠাজনে আকাল লৈ আহিব (৫, ৬)

      • হালধীয়া ঘোঁৰাৰ ওপৰত উঠাজনৰ নাম মৃত্যু (৭, ৮)

      • হত্যা কৰা লোকসকল বেদীৰ তলত (৯-১১)

      • এটা ডাঙৰ ভূমিকম্প (১২-১৭)

    • চাৰিজন স্বৰ্গদূতে বিনাশৰ বতাহক ধৰি ৰাখিছে (১-৩)

    • ১,৪৪,০০০ জনক মোহৰ মৰা হʼল (৪-৮)

    • ডাঙৰ ভীৰে বগা কাপোৰ পিন্ধিছে (৯-১৭)

    • সপ্তম মোহৰ খোলা হʼল (১-৬)

    • প্ৰথম চাৰিটা তূৰী বজোৱা হʼল (৭-১২)

    • তিনিটা বিপদৰ ঘোষণা (১৩)

    • পঞ্চম তূৰী (১-১১)

    • প্ৰথম বিপত্তি শেষ হʼল, দুটা আৰু আহিবলগীয়া আছে (১২)

    • ষষ্ঠ তূৰী (১৩-২১)

  • ১০

    • এজন শক্তিশালী স্বৰ্গদূতৰ ওচৰত এখন সৰু নুৰা (১-৭)

      • “এতিয়া আৰু দেৰি নহʼব” ()

      • পবিত্ৰ ৰহস্য সমাপ্ত হʼব ()

    • যোহনে সৰু নুৰা খায় (৮-১১)

  • ১১

    • দুজন সাক্ষী (১-১৩)

      • ডাঠ কাপোৰ পিন্ধি ১,২৬০ দিন ভৱিষ্যবাণী কৰে ()

      • হত্যা কৰা হয়, কিন্তু কবৰ দিয়া নহয় (৭-১০)

      • চাৰে তিনি দিনৰ পাছত জীৱিত কৰা হয় (১১, ১২)

    • দ্বিতীয় বিপত্তি শেষ হʼল, তৃতীয় বিপত্তি আহি আছে (১৪)

    • সপ্তম তূৰী (১৫-১৯)

      • আমাৰ মালিক আৰু তেওঁৰ খ্ৰীষ্টৰ ৰাজ্য (১৫)

      • পৃথিৱীক ধ্বংস কৰা লোকসকল শেষ হʼব (১৮)

  • ১২

    • তিৰোতা, লʼৰা আৰু অজগৰ (১-৬)

    • মীখায়েলে অজগৰৰ লগত যুদ্ধ কৰিলে (৭-১২)

      • অজগৰক পৃথিৱীলৈ পেলাই দিয়া হʼল ()

      • চয়তানে জানে যে তাৰ সময় বহুত কম আছে (১২)

    • অজগৰে তিৰোতাৰ ওপৰত অত্যাচাৰ কৰে (১৩-১৭)

  • ১৩

    • সাতটা মূৰ থকা বনৰীয়া জন্তু সমুদ্ৰৰ পৰা ওলালে (১-১০)

    • দুটা শিং থকা জন্তু পৃথিৱীৰ পৰা ওলালে (১১-১৩)

    • সাতটা মূৰ থকা বনৰীয়া জন্তুৰ মূৰ্তি (১৪, ১৫)

    • বনৰীয়া জন্তুৰ চিন আৰু সংখ্যা (১৬-১৮)

  • ১৪

    • ভেড়া পোৱালি আৰু ১,৪৪,০০০ জন (১-৫)

    • তিনিজন স্বৰ্গদূতৰ বাৰ্তা (৬-১২)

      • আকাশৰ মাজত উৰি থকা স্বৰ্গদূতৰ ওচৰত শুভবাৰ্তা (৬, ৭)

    • সুখী তেওঁলোক, যিসকলে প্ৰভুৰ লগত একতাত মৰে (১৩)

    • পৃথিৱীৰ দুবাৰ শস্য দোৱা (১৪-২০)

  • ১৫

    • সাতজন স্বৰ্গদূত সাতটা বিপত্তি লৈ আছে (১-৮)

      • মোচি আৰু ভেড়া পোৱালিৰ গীত (৩, ৪)

  • ১৬

    • ঈশ্বৰৰ ক্ৰোধৰ সাতটা বাটি ঢালি দিয়া হʼল (১-২১)

      • পৃথিৱীত (), সমুদ্ৰত (), নদী আৰু পানীৰ ভুমুকত (৪-৭), সূৰ্য্যত (৮, ৯), বনৰীয়া জন্তুৰ সিংহাসনৰ ওপৰত (১০, ১১), ফৰাতত (১২-১৬) আৰু বতাহত (১৭-২১)

      • হৰমাগিদোনত ঈশ্বৰৰ যুদ্ধ (১৪, ১৬)

  • ১৭

    • “মহা-বাবিলক” শাস্তি শুনোৱা হʼল (১-১৮)

      • উজ্জ্বল ৰঙা ৰঙৰ জন্তুৰ ওপৰত মহা-বেশ্যা বহি আছে (১-৩)

      • বনৰীয়া জন্তুক ‘যি আছিল, এতিয়া নাই আৰু অগাধ ঠাইৰ পৰা সোনকালে ওলাব’ ()

      • দহটা শিং, ভেড়া পোৱালিৰ লগত যুদ্ধ কৰিব (১২-১৪)

      • দহটা শিং, বেশ্যাক ঘিণ কৰিব (১৬, ১৭)

  • ১৮

    • “মহা-বাবিল” পৰিল (১-৮)

      • “মোৰ লোকসকল, তাইৰ মাজৰ পৰা ওলাই আহা।” ()

    • বাবিল পৰি যোৱাৰ শোক (৯-১৯)

    • বাবিল পৰি যোৱাৰ কাৰণে স্বৰ্গত আনন্দ (২০)

    • বাবিলক শিলৰ দৰে সমুদ্ৰত পেলাই দিয়া হʼব (২১-২৪)

  • ১৯

    • যাঃৰ নিৰ্ণয়ৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা (১-১০)

      • ভেড়া পোৱালিৰ বিয়া (৭-৯)

    • বগা ঘোঁৰাৰ ওপৰত উঠা ব্যক্তি (১১-১৬)

    • ঈশ্বৰে ৰখা সন্ধ্যাৰ ডাঙৰ ভোজ (১৭, ১৮)

    • বনৰীয়া জন্তুৰ পৰাজয় (১৯-২১)

  • ২০

    • চয়তান ১,০০০ বছৰৰ কাৰণে বন্দী (১-৩)

    • খ্ৰীষ্টৰ লগত ১,০০০ বছৰলৈকে শাসন কৰাসকল (৪-৬)

    • চয়তানক মুকলি কৰা হʼব আৰু তাৰ ধ্বংস (৭-১০)

    • বগা সিংহাসনৰ আগত মৃতবিলাকৰ ন্যায় (১১-১৫)

  • ২১

    • এক নতুন আকাশ আৰু নতুন পৃথিৱী (১-৮)

      • মৃত্যু আৰু নহʼব ()

      • সকলো নতুন কৰা হʼল ()

    • নতুন যিৰূচালেমৰ সৌন্দৰ্য্যতা (৯-২৭)

  • ২২

    • জীৱন দিয়াৰ পানীৰ নদী (১-৫)

    • সমাপ্তি (৬-২১)

      • ‘আহা! বিনামূল্যে জীৱন দিয়া পানী লওক’ (১৭)

      • “প্ৰভু যীচু, আহা” (২০)