Skip to content

Skip to table of contents

যাকোবৰ চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ ()

    • ধৈৰ্য্য ধৰিলে আনন্দ পোৱা যায় (২-১৫)

      • পৰীক্ষিত হোৱা বিশ্বাস ()

      • বিশ্বাসেৰে খুজি থাকা (৫-৮)

      • ইচ্ছাই পাপ আৰু মৃত্যুৰ ফালে লৈ যায় (১৪, ১৫)

    • প্ৰতিটো ভাল উপহাৰ স্বৰ্গৰ পৰা আহে (১৬-১৮)

    • বাক্য শুনা; পালন কৰা (১৯-২৫)

      • আইনাত নিজৰ চেহেৰা চোৱাজন (২৩, ২৪)

    • শুদ্ধ আৰু নিষ্কলংক উপাসনা (২৬, ২৭)

    • পক্ষপাত কৰা পাপ হয় (১-১৩)

      • প্ৰেম হৈছে এক ৰাজকীয় নিয়ম ()

    • কামৰ অবিহনে বিশ্বাস মৰা (১৪-২৬)

      • দুষ্ট স্বৰ্গদূতে বিশ্বাস কৰে আৰু থৰ থৰকৈ কঁপে (১৯)

      • অব্ৰাহামক যিহোৱাৰ বন্ধু বুলি কোৱা হʼল (২৩)

    • জিভাক নিয়ন্ত্ৰণ কৰা (১-১২)

      • বহুতো লোকে যেন শিক্ষক নহওক ()

    • স্বৰ্গৰ পৰা পোৱা বুদ্ধি (১৩-১৮)

    • জগতৰ লগত বন্ধুত্ব নকৰিবা (১-১২)

      • চয়তানৰ বিৰোধ কৰা ()

      • ঈশ্বৰৰ কাষ চাপা ()

    • অহংকাৰৰ পৰা সাৱধান (১৩-১৭)

      • “যদি যিহোৱাৰ ইচ্ছা হয়” (১৫)

    • ধনী লোকসকলক সাৱধানবাণী (১-৬)

    • ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ আশীৰ্বাদ পোৱা যায় (৭-১১)

    • তোমালোকৰ “হয়” মানে “হয়” হওক (১২)

    • বিশ্বাসেৰে কৰা প্ৰাৰ্থনাই প্ৰভাৱ পেলায় (১৩-১৮)

    • পাপীক উভতি আহিবলৈ সহায় কৰা (১৯, ২০)