দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ পিতৰৰ প্ৰথম চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ সাৰাংশ ১ নমস্কাৰ (১, ২) এক নতুন জন্ম যাতে নিশ্চিত আশা পোৱা যায় (৩-১২) আজ্ঞা পালন কৰোঁতা সন্তানৰ দৰে পবিত্ৰ হোৱা (১৩-২৫) ২ ঈশ্বৰৰ বাক্যৰ কাৰণে ভোক উৎপন্ন কৰা (১-৩) জীৱিত শিলৰ পৰা ভৱন নিৰ্মাণ হয় (৪-১০) জগতত বিদেশীৰ দৰে জীৱন-যাপন (১১, ১২) উচিত ধৰণৰ অধীনতা (১৩-২৫) খ্ৰীষ্ট আমাৰ আৰ্হি (২১) ৩ পত্নী আৰু স্বামী (১-৭) এজনে-আনজনৰ দুখ অনুভৱ কৰা; শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা (৮-১২) ভাল কামৰ কাৰণে কষ্ট সহন কৰা (১৩-২২) নিজৰ আশাৰ কাৰণ জনাবলৈ সদায় সাজু হৈ থাকা (১৫) বাপ্তিষ্মা আৰু শুদ্ধ বিবেক (২১) ৪ খ্ৰীষ্টৰ দৰে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ জীয়াই থাকা (১-৬) সকলো বিষয়ৰ অন্ত কাষ চাপি আহিছে (৭-১১) খ্ৰীষ্টান হোৱাৰ কাৰণে দুখভোগ কৰা (১২-১৯) ৫ ৰখীয়াৰ দৰে ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰা (১-৪) নম্ৰ হোৱা আৰু সতৰ্ক হৈ থাকা (৫-১১) নিজৰ চিন্তাৰ বোজা ঈশ্বৰৰ ওপৰত পেলাই দিয়া (৭) চয়তান গুজৰি থকা সিংহৰ দৰে হয় (৮) সমাপ্তিৰ শব্দ (১২-১৪) Previous Next Print Share Share ১ পিতৰ—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ১ পিতৰ—সাৰাংশ অসমীয়া ১ পিতৰ—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ১ পিতৰ