Skip to content

Skip to table of contents

পিতৰৰ দ্বিতীয় চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ ()

    • নিজৰ নিমন্ত্ৰণৰ যোগ্য হৈ থাকা (২-১৫)

      • বিশ্বাসৰ সৈতে আন গুণবোৰ বঢ়োৱা (৫-৯)

    • ভৱিষ্যবাণীৰ ওপৰত ভৰসা মজবুত (১৬-২১)

    • মিছা শিক্ষকবিলাক আহিব (১-৩)

    • তেওঁলোকে নিশ্চয় শাস্তি পাব (৪-১০ক)

      • স্বৰ্গদূতবিলাকক টাৰটাৰাচত পেলাই দিয়া হʼল ()

      • জলপ্লাৱন; চদোম আৰু ঘমোৰা (৫-৭)

    • মিছা শিক্ষকবিলাকৰ চৰিত্ৰ (১০খ-২২)

    • ঠাট্টা কৰা লোকসকলে, আহিবলগীয়া বিনাশৰ ওপৰত ধ্যান নিদিয়ে (১-৭)

    • যিহোৱাই দেৰি কৰা নাই (৮-১০)

    • আজি তোমালোকে কেনেধৰণৰ মানুহ হোৱা উচিত চিন্তা কৰা (১১-১৬)

      • নতুন আকাশ আৰু নতুন পৃথিৱী (১৩)

    • সাৱধানে থাকা যাতে ভ্ৰান্ত নোহোৱা (১৭, ১৮)