দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ৰোমীয়াসকললৈ চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ সাৰাংশ ১ নমস্কাৰ (১-৭) পৌলে ৰোমলৈ যাব বিচাৰিলে (৮-১৫) ভাল মানুহে নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থাকিব (১৬, ১৭) ভক্তিহীন লোকসকলে কোনো কাৰণ দিব নোৱাৰে (১৮-৩২) ঈশ্বৰৰ গুণ সৃষ্টিত দেখা পোৱা যায় (২০) ২ তেওঁ যিহূদী আৰু ইস্ৰায়েলী নোহোৱা লোকসকলৰ ন্যায় কৰে (১-১৬) বিবেকে কেনেকৈ কাম কৰে (১৪, ১৫) যিহূদী আৰু মোচিৰ নিয়ম (১৭-২৪) হৃদয়ৰ চুন্নৎ (২৫-২৯) ৩ “যিকোনো পৰিস্থিতিত ঈশ্বৰ সত্য হয় বুলি প্ৰমাণিত হয়” (১-৮) যিহূদী আৰু ইস্ৰায়েলী নোহোৱা সকলোৱে পাপৰ অধীনত (৯-২০) বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হয় (২১-৩১) ঈশ্বৰৰ আচৰিত গুণ সকলোৱে দেখুৱাব নোৱাৰিলে (২৩) ৪ বিশ্বাসৰ কাৰণে অব্ৰাহামক ভাল মানুহ বুলি গণ্য কৰা হʼল (১-১২) তেওঁ বিশ্বাস কৰা বিলাকৰ পিতৃ হয় (১১) বিশ্বাসৰ কাৰণে প্ৰতিজ্ঞা লাভ কৰিছিল (১৩-২৫) ৫ খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা (১-১১) আদমৰ পৰা মৃত্যু, খ্ৰীষ্টৰ পৰা জীৱন (১২-২১) পাপ আৰু মৃত্যু সকলো মানুহলৈ বিয়পি গʼল (১২) এটা ভাল কাম (১৮) ৬ খ্ৰীষ্টত বাপ্তিষ্মা লৈ এক নতুন জীৱন-যাপন (১-১১) পাপক নিজৰ শৰীৰত ৰাজত্ব কৰিবলৈ নিদিবা (১২-১৪) পাপৰ দাস ঈশ্বৰৰ দাস হোৱা (১৫-২৩) পাপৰ মজুৰি মৃত্যু; ঈশ্বৰৰ উপহাৰ জীৱন (২৩) ৭ নিয়মৰ পৰা মুক্ত হোৱাৰ বিষয়ে উদাহৰণ (১-৬) নিয়মৰ পৰা পাপ প্ৰকাশ হʼল (৭-১২) পাপৰ বিৰুদ্ধে যুঁজ (১৩-২৫) ৮ পবিত্ৰ শক্তিৰ যোগেদি জীৱন আৰু মুক্ত (১-১১) পবিত্ৰ শক্তিৰ যোগেদি তুলি লোৱা হয় (১২-১৭) সৃষ্টিয়ে ঈশ্বৰৰ সন্তান হোৱাৰ স্বাধীনতাৰ অপেক্ষা কৰি আছে (১৮-২৫) ‘পবিত্ৰ শক্তিয়ে আমাৰ কাৰণে মিনতি কৰে’ (২৬, ২৭) ঈশ্বৰে আগতেই নিৰ্ণয় লʼলে (২৮-৩০) ঈশ্বৰৰ প্ৰেমৰ সহায়ত জয় (৩১-৩৯) ৯ জন্মগত ইস্ৰায়েলীসকলৰ কাৰণে পৌলৰ দুখ (১-৫) অব্ৰাহামৰ আচল বংশ (৬-১৩) ঈশ্বৰৰ পচন্দৰ ওপৰত প্ৰশ্ন কৰিব নোৱাৰি (১৪-২৬) ক্ৰোধ আৰু দয়াৰ পাত্ৰ (২২, ২৩) কম সংখ্যক লোকেহে উদ্ধাৰ পাব (২৭-২৯) ইস্ৰায়েলীয়ে উজুটি খালে (৩০-৩৩) ১০ ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি কেনেকৈ গণিত হয় (১-১৫) সকলোৰে আগত ঘোষণা (১০) যিহোৱাৰ নাম লʼলে উদ্ধাৰ পাব (১৩) প্ৰচাৰকসকলৰ ভৰি সুন্দৰ (১৫) শুভবাৰ্তা গ্ৰহণ নকৰিলে (১৬-২১) ১১ সকলো ইস্ৰায়েলীক ত্যাগ কৰা নহʼল (১-১৬) জলফাই গছৰ উদাহৰণ (১৭-৩২) ঈশ্বৰৰ বুদ্ধিৰ গভীৰতা (৩৩-৩৬) ১২ নিজৰ শৰীৰক জীৱিত বলিদান হিচাপে অৰ্পণ কৰা (১, ২) শৰীৰ এক, বৰদান বেলেগ বেলেগ (৩-৮) প্ৰকৃত খ্ৰীষ্টান জীৱন-যাপনৰ বিষয়ে পৰামৰ্শ (৯-২১) ১৩ অধিকাৰীসকলৰ অধীনত থাকা (১-৭) কৰ দিয়া (৬, ৭) যিজনে আনক প্ৰেম কৰে, তেওঁ সঠিকভাৱে ঈশ্বৰৰ নিয়ম পালন কৰে (৮-১০) দিনৰ সময়ত লোকসকলে যিদৰে ভদ্ৰভাৱে জীৱন-যাপন কৰে, সেইদৰেই জীৱন-যাৱন কৰা (১১-১৪) ১৪ এজনে-আনজনক দোষী বুলি নকʼবা (১-১২) আনক উজুটি নোখোৱাবা (১৩-১৮) শান্তি আৰু একতা বজাই ৰাখক (১৯-২৩) ১৫ খ্ৰীষ্টই যিদৰে গ্ৰহণ কৰিলে, এজনে-আনজনক গ্ৰহণ কৰা (১-১৩) পৌল, ৰাষ্ট্ৰৰ সেৱক (১৪-২১) পৌলৰ যাত্ৰাৰ পৰিকল্পনা (২২-৩৩) ১৬ পৌলে ফৈবী নামৰ ভনীৰ বিষয়ে কয় (১, ২) ৰোমৰ খ্ৰীষ্টানসকলক নমস্কাৰ (৩-১৬) বিভেদ সৃষ্টি কৰা লোকসকলৰ বিষয়ে সতৰ্কবাণী (১৭-২০) পৌলৰ সহকৰ্মীসকলৰ পৰা নমস্কাৰ (২১-২৪) পবিত্ৰ ৰহস্য এতিয়া প্ৰকাশ পালে (২৫-২৭) Previous Next Print Share Share ৰোমীয়া—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ৰোমীয়া—সাৰাংশ অসমীয়া ৰোমীয়া—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ৰোমীয়া