অতীতৰ পৰা আজিলৈকে

এই ভিডিঅʼবোৰে যিহোৱাৰ সাক্ষীসকলৰ কাম আৰু ইতিহাসৰ বিষয়ে ভালদৰে বৰ্ণনা কৰে।

অতীতৰ পৰা আজিলৈকে—গীত এটা উপহাৰ, ভাগ ১

সংগীত আৰু গীতৰ ইতিহাস আৰু এয়া যিহোৱাৰ সাক্ষীসকলৰ উপাসনাত কেনে ভূমিকা পালন কৰিছে তাৰ বিষয়ে জানক।

অতীতৰ পৰা আজিলৈকে—গীত এটা উপহাৰ, ভাগ ২

যোৱা এশ বছৰ ধৰি যিহোৱাৰ সাক্ষীসকলে ব্যৱহাৰ কৰা বিভিন্ন গীত পুস্তিকাৰ বিষয়ে জানক।