দানিয়েল: জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ

ঘৰৰপৰা দূৰৈত থাকি দানিয়েলে গোটেই জীৱন যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ চেষ্টা কৰিছিল। সেই সময়ছোৱাত তেওঁৰ বিশ্বাসৰ পৰীক্ষা হৈছিল।

দানিয়েল: জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ—ভাগ ১

দানিয়েল নিজৰ পৰিয়ালৰপৰা দূৰত আছিল আৰু তেওঁৰ নগৰখন ধ্বংস কৰা হৈছিল। এইবোৰ হোৱাৰ সত্ত্বেও তেওঁ যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব নে?

দানিয়েল: জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ—ভাগ ২

এটা শক্তিশালী সাম্ৰাজ্যৰ উদ্ভৱ হয়। দানিয়েলে বহুতো নতুন শত্ৰু সন্মুখীন হয়। ইয়াৰ আগতে তেওঁ এনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হোৱা নাছিল।