পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক—ভিডিঅ’

লোকসকলৰ আগত পঢ়া আৰু শিক্ষা দিয়াৰ দক্ষতা আহৰণ কৰক।

অধ্যায় ১

কাৰ্য্যকাৰী পৰিচয়

যদি আপুনি কোৱা কথাখিনি শাতাসকলে শুনাটা বিচাৰে, তেনেহʼলে আপুনি কি কৰিব?

অধ্যায় ২

আলোচনা কৰাৰ পদ্ধতি

শ্ৰোতাসকলৰ লগত কথা-বতৰা হোৱাৰ সময়ত তেওঁলোকে যাতে শান্তিৰে আপোনাৰ কথা শুনিব পাৰে, তাৰ বাবে আপুনি কি কৰিব পাৰে?

অধ্যায় ৩

প্ৰশ্নৰ ব্যৱহাৰ

শ্ৰোতাসকলৰ আগ্ৰহ জগাবলৈ আৰু আগ্ৰহ বজাই ৰাখিবলৈ তথা যুক্তি দৰ্শাবলৈ আপুনি প্ৰশ্নবোৰৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰে?

অধ্যায় ৪

প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক

আপুনি কোনো এটা শাস্ত্ৰপদ পঢ়াৰ আগতে শ্ৰোতাসকলে লাভৱান হোৱাৰ বাবে তেওঁলোকক কেনেকৈ প্ৰস্তুত কৰিব?

অধ্যায় ৫

সঠিকভাৱে পঢ়া

লিখা কথাখিনি সঠিকভাৱে আৰু উচ্চস্বৰে পঢ়াৰ কিছুমান উপায় কি?

অধ্যায় ৬

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

আপুনি শাস্ত্ৰপদটো পঢ়াৰ কাৰণ শ্ৰোতাসকলক বুজাবলৈ শাস্ত্ৰপদটো পঢ়াৰ পাছত কি কৰিব পাৰে?

সঠিক আৰু যুক্তিসংগত

আপুনি কেনেকৈ নিশ্চিত কৰিব যে সত্যটো আপুনি বিকৃতি ঘটোৱা নাই?

অধ্যায় ৮

শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ

মহান শিক্ষকৰ দৰে আমি কেনেকৈ প্ৰভাৱশালী দৃষ্টান্ত ব্যৱহাৰ কৰিব পাৰোঁ?

অধ্যায় ৯

ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ

আপুনি শ্ৰোতাসকলক গুৰুত্বপূৰ্ণ বিষয়বোৰ স্পষ্টকৈ বুজাবলৈ কেনেকৈ ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ কৰিব পাৰে?

অধ্যায় ১০

কণ্ঠস্বৰ উঠা-নমা

আপুনি কণ্ঠস্বৰ উঠা-নমা কৰি কেনেকৈ মূল বিষয়টো স্পষ্টভাৱে বৰ্ণনা আৰু শ্ৰোতাসকলৰ ভাৱনা জাগ্ৰত কৰিব পাৰে?

অধ্যায় ১১

উৎসাহ

আপুনি শ্ৰোতাসকলক উত্তেজিত আৰু পদক্ষেপ লʼবলৈ অনুপ্ৰাণিত কৰিবলৈ কেনেকৈ উৎসাহেৰে কথা কʼব পাৰে?

অধ্যায় ১২

স্নেহ আৰু সহানুভূতি

আপুনি শ্ৰোতাসকলক কেনেকৈ আন্তৰিক স্নেহ আৰু সহানুভূতি দেখুৱাব পাৰে?

অধ্যায় ১৩

তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা

আপুনি কোনো এটা বিষয়ে কেনেকৈ বুজাব, যাতে শ্ৰোতাসকলে ইয়াৰ ব্যৱহাৰিক গুৰুত্বতা বুজিব পাৰে আৰু পদক্ষেপ লʼবলৈ উৎসাহিত কৰিব পাৰে?

অধ্যায় ১৪

মূল বিষয়বোৰ স্পষ্ট কৰক

আপোনাৰ শোতাসকলক মনোযোগ দিবলৈ, বুজিবলৈ আৰু আপুনি মূল বিষয়ে হিচাপে লোৱা বিষয়বোৰ মনত পেলাবলৈ সহায় কৰক।

অধ্যায় ১৫

সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক

আপুনি ভাষণ দিয়াৰ সময়ত বা ৰাজহুৱা ঠাইত লোকসকলক প্ৰচাৰ কৰা সময়ত কেনেকৈ সম্পূৰ্ণ নিশ্চয়তাৰে কথা কʼব পাৰে?

অধ্যায় ১৬

উৎসাহজনক আৰু ইতিবাচক

আমি কি কি তিনিটা পদক্ষেপ লʼব পাৰোঁ, যাতে আনক সহায় কৰিব পাৰে আৰু আশা দিব পাৰে?

অধ্যায় ১৭

আনে বুজাত সহজ কৰক

শ্ৰোতাসকলে আপোনাৰ বাৰ্তা ভুল নুবুজিবলৈ আপুনি কি কি কৰাৰ পৰা আঁতৰি থাকিব পাৰে?

অধ্যায় ১৮

শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে

আপুনি শ্ৰোতাসকলক কেনেকৈ গভীৰভাৱে চিন্তা কৰিবলৈ আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা শিকাব পাৰে?

অধ্যায় ১৯

হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা

আপুনি শ্ৰোতাসকলৰ মনৰ কথা জানিবলৈ কি কৰিব পাৰে?

অধ্যায় ২০

প্ৰভাৱশালী সামৰণি

মণ্ডলী বা প্ৰচাৰ কাৰ্য্যতেই হওক, আপুনি সফলতা লাভ কৰিবলৈ কেনেদৰে সামৰণি কৰা উচিত?

You May Also Like

কিতাপ আৰু ব্ৰচাৰবোৰ

পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক

পঢ়া আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে সহায় কৰিবলৈ এই প্ৰকাশনখন প্ৰস্তুত কৰা হৈছে।