Skip to content

Skip to table of contents

অধ্যায় ১৪

মূল বিষয়বোৰ স্পষ্ট কৰক

মূল বিষয়বোৰ স্পষ্ট কৰক

আপুনি আপোনাৰ শোতাসকলক জানবলৈ, বুজাবলৈ আৰু উৎসাহিত কৰিব বিচাৰেনে? আপুনি যিবোৰ মূল বিষয়ে বাচনি কৰিছে আৰু আপুনি যি ক্ৰমত তেওঁলোকক প্ৰস্তুত কৰিছে, ইয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনিত হʼবলৈ সহায় কৰিব।