Skip to content

Skip to table of contents

অধ্যায় ৬

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

শাস্ত্ৰপদ পঢ়াৰ পাছত আপুনি কি কৰিব পাৰে? আপুনি তুলি ধৰা কাৰণটো পদটোৰ লগত কেনেকৈ জড়িত আছে, তাক বুজিবলৈ আপুনি শ্ৰোতাসকলক কেনেকৈ সহায় কৰিব পাৰে?