১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি সলনি হʼল
বাইবেলত উল্লেখ কৰা ঘটনা, পৰিস্থিতি আৰু লোকসকলৰ ব্যৱহাৰে প্ৰমাণ কৰে যে আমি “শেষ-কালত” জীয়াই আছোঁ। (২ তীমথিয় ৩:১) ১৯১৪ চনৰপৰা এইবোৰ কেনেকৈ বেছিকৈ দেখিবলৈ পোৱা গৈছে, এই বিষয়ে জানক।