গীত নং ১১০
যিহোৱাই আনন্দ দিয়ে
(নহিমিয়া ৮:১০)
১. ৰা-জ্য ও-চৰ, তাৰ চি-ন-বোৰ আ-মি দে-খোঁ
শু-ভ-বা-ৰ্তা জ-নাওঁ আ-নক।
দূ-ৰত ন-হয়, উ-দ্ধাৰ আ-মাৰ ও-চ-ৰত,
অ-পে-ক্ষাত আ-মি যে বাট চাওঁ!
(কোৰাচ)
যি-হো-ৱাই আ-ন-ন্দ দি-য়ে আ-মাক,
ক-ৰোঁ ধ-ন্য-বাদ স-দায় তেওঁক।
পাওঁ আ-ন-ন্দ আ-ৰু আ-শা জী-ৱ-নৰ,
স-ক-লো-কে জ-নাওঁ এই খ-বৰ।
যি-হো-ৱাই আ-ন-ন্দ দি-য়ে আ-মাক,
পাওঁ শ-ক্তি, থা-কি তেওঁৰ কা-ষত।
য-দি ক-ৰোঁ যাঃৰ সে-ৱা ম-নে-প্ৰা-ণে,
অ-ধিক সু-খী হʼম এই জী-ৱ-নত।
২. ভয় ন-ক-ৰোঁ বি-শ্বাস আ-ছে যি-হো-ৱাত,
শ-ক্তি-ৰে তেওঁ প-ৰি-পূ-ৰ্ণ।
মি-লি আ-জি আ-মি গীত গাও আ-ন-ন্দৰ,
নাই কো-নো যি-হো-ৱাৰ দ-ৰে!
(কোৰাচ)
যি-হো-ৱাই আ-ন-ন্দ দি-য়ে আ-মাক,
ক-ৰোঁ ধ-ন্য-বাদ স-দায় তেওঁক।
পাওঁ আ-ন-ন্দ আ-ৰু আ-শা জী-ৱ-নৰ,
স-ক-লো-কে জ-নাওঁ এই খ-বৰ।
যি-হো-ৱাই আ-ন-ন্দ দি-য়ে আ-মাক,
পাওঁ শ-ক্তি, থা-কি তেওঁৰ কা-ষত।
য-দি ক-ৰোঁ যাঃৰ সে-ৱা ম-নে-প্ৰা-ণে,
অ-ধিক সু-খী হʼম এই জী-ৱ-নত।
(১ বং. ১৬:২৭; গীত. ১১২:৪; লূক ২১:২৮; যোহ. ৮:৩২ পদবোৰো চাওক।)