Skip to content

Skip to table of contents

গীত নং ১১৭

যিহোৱাক অনুকৰণ কৰা

যিহোৱাক অনুকৰণ কৰা

(২ বংশাৱলি ৬:৪১)

  1. ১. হে যি-হো-ৱা প্ৰে-মী ঈ-শ্বৰ

    দি-য়া আ-মাক আ-শী-ৰ্বাদ,

    তো-মাৰ স-ক-লো কা-ম-তে,

    দে-খোঁ দ-য়া, মং-গল-ভাৱ।

    দু-খী য-দি ক-ৰোঁ হৃ-দয়,

    ক্ষ-মা ক-ৰা যে আ-মাক।

    তো-মাক এ-ৰি যাওঁ ক’ত আ-মি?

    দি-য়া স্থান ভ-ৰিত তো-মাৰ।

  2. ২. বা-ক্য তো-মাৰ ক-ৰি প্ৰ-চাৰ,

    আ-হি-ছে আ-জি লো-কে,

    তো-মাৰ দ-ৰে তেওঁ-লোক আ-জি,

    দে-খাই দ-য়া, মং-গল-ভাৱ।

    তো-মাৰ দি-য়া উ-ত্তম বা-ক্যই,

    জি-কি-ছে হৃ-দয় আ-মাৰ।

    দি-য়া শ-ক্তি পি-তা তু-মি,

    সু-খী ক-ৰোঁ মন তো-মাৰ।

  3. ৩. দি-য়া আ-জি আ-শীষ আ-মাক,

    বি-শ্ব-জু-ৰি ভাই-ভ-নীক।

    স-ক-লো-কে প্ৰেম ক-ৰোঁ যেন,

    কৃ-পা-ময় তো-মাৰ দ-ৰে।

    প-ৰি-য়া-লত, ম-ণ্ড-লী-তো,

    প্ৰ-তি-বে-শী স-ক-লোক,

    ক-ৰোঁ ভাল কাম তো-মাৰ দ-ৰে,

    হে ম-হান পি-তা আ-মাৰ।

(গীত. ১০৩:১০; মাৰ্ক ১০:১৮; গালা. ৫:২২; ইফি. ৫:৯ পদবোৰো চাওক।)