গীত নং ১১৭
যিহোৱাক অনুকৰণ কৰা
(২ বংশাৱলি ৬:৪১)
১. হে যি-হো-ৱা প্ৰে-মী ঈ-শ্বৰ
দি-য়া আ-মাক আ-শী-ৰ্বাদ,
তো-মাৰ স-ক-লো কা-ম-তে,
দে-খোঁ দ-য়া, মং-গল-ভাৱ।
দু-খী য-দি ক-ৰোঁ হৃ-দয়,
ক্ষ-মা ক-ৰা যে আ-মাক।
তো-মাক এ-ৰি যাওঁ ক’ত আ-মি?
দি-য়া স্থান ভ-ৰিত তো-মাৰ।
২. বা-ক্য তো-মাৰ ক-ৰি প্ৰ-চাৰ,
আ-হি-ছে আ-জি লো-কে,
তো-মাৰ দ-ৰে তেওঁ-লোক আ-জি,
দে-খাই দ-য়া, মং-গল-ভাৱ।
তো-মাৰ দি-য়া উ-ত্তম বা-ক্যই,
জি-কি-ছে হৃ-দয় আ-মাৰ।
দি-য়া শ-ক্তি পি-তা তু-মি,
সু-খী ক-ৰোঁ মন তো-মাৰ।
৩. দি-য়া আ-জি আ-শীষ আ-মাক,
বি-শ্ব-জু-ৰি ভাই-ভ-নীক।
স-ক-লো-কে প্ৰেম ক-ৰোঁ যেন,
কৃ-পা-ময় তো-মাৰ দ-ৰে।
প-ৰি-য়া-লত, ম-ণ্ড-লী-তো,
প্ৰ-তি-বে-শী স-ক-লোক,
ক-ৰোঁ ভাল কাম তো-মাৰ দ-ৰে,
হে ম-হান পি-তা আ-মাৰ।
(গীত. ১০৩:১০; মাৰ্ক ১০:১৮; গালা. ৫:২২; ইফি. ৫:৯ পদবোৰো চাওক।)