গীত নং ১২২
যিহোৱাৰ সেৱাত থিৰে থাকা’
১. যʼ-তে না-থা-কো আ-ছে সং-কট ভয়,
কা-লি কি হʼ-ব না-জা-নে আ-নে।
আ-মি থা-কোঁ নি-ৰ্ভয় স্থি-ৰে য-দি,
থা-কি যি-হো-ৱাৰ সে-ৱাত।
(কোৰাচ)
আ-মি য-দি স্থিৰ থা-কোঁ,
ন-হওঁ ভাগ এই জ-গ-তৰ;
য-দি বি-শ্বা-সী হওঁ
পাম অ-ন-ন্ত জী-ৱন।
২. জ-গ-তৰ অ-ভি-লাষ টা-নে আ-মাক,
স-জাগ য-দি হওঁ, না-থা-কি-ব ভয়।
য-দি প্ৰেম ক-ৰোঁ যাঃক ম-নে-প্ৰা-ণে,
সু-ৰ-ক্ষিত থা-কিম স-দায়।
(কোৰাচ)
আ-মি য-দি স্থিৰ থা-কোঁ,
ন-হওঁ ভাগ এই জ-গ-তৰ;
য-দি বি-শ্বা-সী হওঁ
পাম অ-ন-ন্ত জী-ৱন।
৩. দিন ও-চৰ চা-পি-ছে স-ময় যে কম,
কি-নি লওঁ স-ময় যি-হো-ৱা-ৰ বা-বে।
লা-গি থা-কোঁ য-দি আ-মি সে-ৱাত,
যা-ব এই শেষ কাল গু-চি।
(কোৰাচ)
আ-মি য-দি স্থিৰ থা-কোঁ,
ন-হওঁ ভাগ এই জ-গ-তৰ;
য-দি বি-শ্বা-সী হওঁ
পাম অ-ন-ন্ত জী-ৱন।
(লূক ২১:৯; ১ পিত. ৪:৭ পদবোৰো চাওক।)