Skip to content

Skip to table of contents

গীত নং ১২৬

‘সজাগ আৰু শক্তিশালী হোৱা’

‘সজাগ আৰু শক্তিশালী হোৱা’

(১ কৰিন্থীয়া ১৬:১৩)

  1. ১. আ-হা, থা-কোঁ স-জা-গে-ৰে,

    এ-জন প্ৰ-হ-ৰীৰ দ-ৰে;

    যী-চু আ-ছে ল-গত আ-মাৰ,

    শ-ত্ৰুৰ প-ৰা-জয় নি-শ্চিত।

    আ-জ্ঞা মা-নো আ-মি তেওঁৰ স-দায়;

    মা-নিম স-ক-লো আ-জ্ঞা ৰ-জাৰ।

    (কোৰাচ)

    এ-য়া স-ময় হয় স-জাগ হো-ৱা,

    শ-ক্তি-শা-লী হৈ থা-কা!

  2. ২. আ-হা থা-কোঁ স-জা-গে-ৰে,

    আ-জ্ঞা মা-নো দাস-ব-ৰ্গৰ,

    থা-কোঁ যা-তে আ-মি প্ৰ-স্তুত

    সু-খ-বৰ জ-না-ব-লৈ;

    মা-নিম বৃ-দ্ধ-স-ক-লৰ ক-থা,

    ক-ৰে চি-ন্তা আ-মাৰ তেওঁ-লোকে।

    (কোৰাচ)

    এ-য়া স-ময় হয় স-জাগ হো-ৱা,

    শ-ক্তি-শা-লী হৈ থা-কা!

  3. ৩. আ-হা, থা-কোঁ স-জা-গে-ৰে,

    যা-তে ফা-ন্দত ন-প-ৰোঁ,

    থা-কোঁ স-ত্যৰ বা-বে থি-ৰে

    পি-ন্ধি অ-স্ত্ৰ যি-হো-ৱাৰ।

    আ-হি পা-লে তেওঁৰ সেই ম-হান দিন,

    ভয় ন-ক-ৰা-কৈ ক-ৰোঁ প্ৰ-চাৰ।

    (কোৰাচ)

    এ-য়া স-ময় হয় স-জাগ হো-ৱা,

    শ-ক্তি-শা-লী হৈ থা-কা!