গীত নং ১৫০
পৰিত্ৰাণৰ বাবে যিহোৱাক বিচৰা
(চফনিয়া ২:৩)
১. ৰা-ষ্ট্ৰ-বোৰ এক-গোট হʼল,
পু-ত্ৰক ক-ৰি-লে বি-দ্ৰোহ,
ক্ষ-ম-তা শেষ হʼল তেওঁ-লো-কৰ,
যী-চু-ৱে লʼ-লে শা-সন।
স-ক-লো ৰা-জ-ত্বৰ;
তেওঁ ক-ৰি-ব যে অ-ন্ত,
আ-হিল এ-তি-য়া যি-হো-ৱাৰ দিন,
ন্যায় ক-ৰি-ব তেওঁ দু-ষ্টৰ।
(কোৰাচ)
পা-ব-লৈ তো-মাৰ প-ৰি-ত্ৰাণ,
চে-ষ্টা ক-ৰি যো-ৱা আ-প্ৰাণ।
দি-য়া প্ৰ-থম স্থান,
যী-চুৰ ৰা-জ্য-লৈ,
ক-ৰি যো-ৱা প্ৰ-চা-ৰৰ কাম।
চা-বা কে-নে ব-চা-ব তেওঁ,
ধ-ৰি হাত তো-মাৰ।
২. নি-ৰ্ণয় লো-ৱাৰ স-ময়,
খ-বৰ শু-নি-মে নি-শ্চয়
পা-লে সু-যোগ স-ক-লো-ৱে,
শু-নি-ব নে নু-শু-নে।
স-ম-স্যা য-দিও হয়,
ন-হওঁ ভয়-ভীত যে আ-মি।
মা-তিম যে-তি-য়া আ-মি পি-তাক,
হয় শু-নি-ব তেওঁ নি-শ্চয়।
(কোৰাচ)
পা-ব-লৈ তো-মাৰ প-ৰি-ত্ৰাণ,
চে-ষ্টা ক-ৰি যো-ৱা আ-প্ৰাণ।
দি-য়া প্ৰ-থম স্থান,
যী-চুৰ ৰা-জ্য-লৈ,
ক-ৰি যো-ৱা প্ৰ-চা-ৰৰ কাম।
চা-বা কে-নে ব-চা-ব তেওঁ,
ধ-ৰি হাত তো-মাৰ।
(১ চমূ. ২:৯; গীত. ২:২, ৩, ৯; হিতো. ২:৮; মথি ৬:৩৩ পদবোৰো চাওক।)