গীত নং ১৮
মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা
-
১. যি-হো-ৱা আ-নি-লা,
আ-মাক কা-ষত তু-মি।
পু-ত্ৰক দি ক-ৰি-লা প্ৰ-কাশ,
নি-জৰ প্ৰেম আ-মাক।
তো-মাৰ পু-ত্ৰৰ বাবে, পা-লোঁ
আ-মি জী-ৱন।
এ-য়া আ-মাক তু-মি দি-য়া
ম-হান উ-প-হাৰ।
(কোৰাচ)
যী-চুৰ ব-লি-দা-নে আ-মাক,
দি-লে পা-পৰ প-ৰা উ-দ্ধাৰ।
তো-মাৰ ম-হান
প্ৰে-মৰ বা-বে আ-মি, দিওঁ ধ-ন্য-বাদ।
-
২. নি-জৰ ই-চ্ছা-ৰে যী-চু-ৱে
দি-লে জী-ৱন,
প্ৰে-মৰ বা-বে নি-জৰ প্ৰাণ
দি ব-চা-লে আ-মাক।
মু-ক্তি-প-ণৰ বা-বে, পা-লোঁ
আ-শা আ-মি,
ক-ৰি-লে পথ মু-ক-লি,
দি-লে চি-ৰ-জী-ৱন।
(কোৰাচ)
যী-চুৰ ব-লি-দা-নে আ-মাক,
দি-লে পা-পৰ প-ৰা উ-দ্ধাৰ।
তো-মাৰ ম-হান
প্ৰে-মৰ বা-বে আ-মি, দিওঁ ধ-ন্য-বাদ।
(ইব্ৰী ৯:১৩, ১৪; ১ পিত. ১:১৮, ১৯ পদবোৰো চাওক।)