Skip to content

Skip to table of contents

গীত নং ২১

ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া

ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া

(মথি ৬:৩৩)

  1. ১. হʼ-ব যাঃৰ প্ৰ-তি-জ্ঞা পূ-ৰ্ণ

    চয়-তা-নৰ হʼ-ব প-তন,

    যী-চু-ৱে ৰা-জ্যৰ যো-গে-দি,

    যাঃৰ নাম ক-ৰি-ব ম-হান।

    (কোৰাচ)

    বি-চ-ৰা নি-জৰ জী-ৱ-নত,

    প্ৰ-থ-মে যাঃৰ সেই ৰা-জ্যক।

    স-ক-লো-কে দিওঁ সু-খ-বৰ,

    যা-তে জা-নে তেওঁৰ প্ৰে-মক।

  2. ২. কি-য় ক-ৰোঁ কা-লিৰ চি-ন্তা,

    যি-হো-ৱাই দি-ছে আ-শা,

    য-দি ক-ৰোঁ সেই ৰা-জ্যৰ কাম

    দি-ব আ-শী-ৰ্বাদ আ-মাক।

    (কোৰাচ)

    বি-চ-ৰা নি-জৰ জী-ৱ-নত,

    প্ৰ-থ-মে যাঃৰ সেই ৰা-জ্যক।

    স-ক-লো-কে দিওঁ সু-খ-বৰ,

    যা-তে জা-নে তেওঁৰ প্ৰে-মক।

  3. ৩. স-ত্যৰ বা-বে যি ভো-কা-তুৰ;

    দিওঁ তেওঁ-লো-কক সেই আ-শা

    ৰা-খে যি-জ-নে ভ-ৰ-সা,

    হʼ-ব তেওঁৰ জী-ৱন ৰ-ক্ষা।

    (কোৰাচ)

    বি-চ-ৰা নি-জৰ জী-ৱ-নত,

    প্ৰ-থ-মে যাঃৰ সেই ৰা-জ্যক।

    স-ক-লো-কে দিওঁ সু-খ-বৰ,

    যা-তে জা-নে তেওঁৰ প্ৰে-মক।

(গীত. ২৭:১৪; মথি ৬:৩৪; ১০:১১, ১৩; ১ পিত. ১:২১ পদবোৰো চাওক।)