Skip to content

Skip to table of contents

গীত নং ৩৫

‘গুৰুত্বপূৰ্ণ বিষয়বোৰ বাচনি কৰক’

‘গুৰুত্বপূৰ্ণ বিষয়বোৰ বাচনি কৰক’

(ফিলিপীয়া ১:১০)

  1. ১. আ-মি নি-ৰ্ণয় লো-ৱাৰ এ-তি-য়াই প্ৰ-য়ো-জন,

    যি-য়ে হয় উ-ত্তম,

    স-ত্যৰ প-থত চ-লি-ব-লৈ আ-মি,

    যাঃৰ জ্ঞান লৈ হওঁ বু-দ্ধি-মান!

    (কোৰাচ)

    আ-হা আ-মি; ভাল কাম ক-ৰোঁ,

    পা-পক এ-ৰোঁ,

    জ্ঞা-ন-ৱান হৈ ক-ৰোঁ যি-হো-ৱাৰ কাম;

    তে-হে দি-ব,

    তেওঁ আ-মাক জী-ৱ-নৰ আ-শী-ৰ্বাদ।

  2. ২. স-ক-লো-কে শু-নো-ৱা ৰা-জ্যৰ বা-ৰ্তাত-কৈ,

    নাই কাম জ-ৰু-ৰী;

    স-ত্যৰ বা-বে আ-গ্ৰহ থ-কা জ-নক

    ক-ৰোঁ প্ৰে-মে-ৰে স-হায়।

    (কোৰাচ)

    আ-হা আ-মি; ভাল কাম ক-ৰোঁ,

    পা-পক এ-ৰোঁ,

    জ্ঞা-ন-ৱান হৈ ক-ৰোঁ যি-হো-ৱাৰ কাম;

    তে-হে দি-ব,

    তেওঁ আ-মাক জী-ৱ-নৰ আ-শী-ৰ্বাদ।

  3. ৩. প্ৰ-থম স্থান দি জী-ৱ-নত সেই কা-মক আ-মি,

    হওঁ যে আ-ন-ন্দিত।

    সে-য়া ক-ৰি-ব ৰ-ক্ষা হৃ-দ-য়ক,

    আ-ৰু পাম শা-ন্তি ম-নত।

    (কোৰাচ)

    আ-হা আ-মি; ভাল কাম ক-ৰোঁ,

    পা-পক এ-ৰোঁ,

    জ্ঞা-ন-ৱান হৈ ক-ৰোঁ যি-হো-ৱাৰ কাম;

    তে-হে দি-ব,

    তেওঁ আ-মাক জী-ৱ-নৰ আ-শী-ৰ্বাদ।

(গীত. ৯৭:১০; যোহ. ২১:১৫-১৭; ফিলি. ৪:৭ পদবোৰো চাওক।)