গীত নং ৫৩
প্ৰচাৰ কৰিবলৈ প্ৰস্তুত
(যিৰিমিয়া ১:১৭)
১. নি-শা গ’ল,
পু-ৱ-তি হ’ল;
স-ময় হ’ল প্ৰ-চাৰ যো-ৱাৰ।
বা-হি-ৰত এ-ন্ধাৰ
হৈ-ছে ব-ৰ-ষু-ণো,
ঘ-ৰ-তে থা-কো, ভা-ৱো না-যাওঁ,
প্ৰ-চা-ৰত।
(কোৰাচ)
শু-ধ-ৰ-ণি ক-ৰি নি-জ-কে,
ম-ন-তে পাম সা-হস,
ক-ৰোঁ য-দি যাঃ-লৈ মি-ন-তি,
হওঁ উৎ-সা-হিত।
দি-ব যাঃৰ দূ-তে নি-ৰ্দে-শ-না
ন-হওঁ অ-কল-শ-ৰে;
দি-ব স-ত্য ব-ন্ধু-ৱে আ-মাক
যে প্ৰে-ৰ-ণা।
২. হৃ-দ-য়ত
আ-ন-ন্দিত হʼম;
য-দি-হে ক-ৰোঁ পা-লন।
না-পা-হ-ৰে তেওঁ
কে-তি-য়া-ও আ-মাক,
সেই কা-মৰ বা-বে যাঃ-য়ে দি-ব
পু-ৰ-স্কাৰ।
(কোৰাচ)
শু-ধ-ৰ-ণি ক-ৰি নি-জ-কে,
ম-ন-তে পাম সা-হস,
ক-ৰোঁ য-দি যাঃ-লৈ মি-ন-তি,
হওঁ উৎ-সা-হিত।
দি-ব যাঃৰ দূ-তে নি-ৰ্দে-শ-না
ন-হওঁ অ-কল-শ-ৰে;
দি-ব স-ত্য ব-ন্ধু-ৱে আ-মাক
যে প্ৰে-ৰ-ণা।