গীত নং ৬৫
আগবাঢ়ি গৈ থাকা
-
১. উ-ন্ন-তি ক-ৰি আগ-বা-ঢ়ি গৈ থা-কা!
নি-জৰ সে-ৱা ব-ঢ়া-ব-লৈ প-ৰি-শ্ৰম ক-ৰা;
যি-হো-ৱাই থা-কি-ব ল-গ-তে তো-মাৰ;
ভ-ৰ-সা ৰা-খা তু-মি।
এই ধ-ৰাৰ খে-তি-য়ক হওঁ আ-মি,
স-ত্যৰ বীজ ৰুওঁ মা-নৱ হৃ-দ-য়ত।
না-ঙ-লত হাত থৈ পিছ-ফা-লে না-চা-বা,
শ-ক্তি দি-ব তেওঁ তো-মাক।
-
২. সা-হ-সী হৈ তু-মি আগ-বা-ঢ়ি যো-ৱা,
ৰা-জ্যৰ বা-ৰ্তা শু-না-ব-লৈ প্ৰ-ত্যেক ঘৰ যো-ৱা।
য-দি-ও বি-ৰো-ধী-য়ে ৰ-খে তো-মাক,
সে-ৱা ক-ৰি গৈ থা-কা।
যী-চু-ৱে ৰা-খি-লে তেওঁৰ আ-ৰ্হি,
মা-নি চ-লোঁ স-ক-লো সে-য়া।
ন-ম্ৰ-লোক স-ক-লে চ-লে তেওঁৰ আ-ৰ্হিত,
আ-ন-ন্দত সে-ৱা ক-ৰে।
-
৩. প্ৰ-স্তু-তি ক-ৰি আগ-বা-ঢ়ি গৈ থা-কা,
ন-ম্ৰ-লোক স-ক-লক আ-কৌ তু-মি লগ ক-ৰা;
যি-হো-ৱাই দে-খা-ব সেই ৰা-স্তা তো-মাক,
আ-ন-ন্দিত হʼ-বা তু-মি।
স-ত্যৰ বা-ৰ্তা জা-নি ক-ঠোৰ লোক,
স-ল-নি ক-ৰি-ব নি-জৰ মন।
যি-হো-ৱাৰ সে-ৱাত স-হায় আগ-ব-ঢ়ো-ৱা
পা-বা আ-শী-ৰ্বাদ তু-মি।
(ফিলি. ১:২৭; ৩:১৬; ইব্ৰী ১০:৩৯ পদবোৰো চাওক।)