গীত নং ৬৬
সকলোকে শুভবাৰ্তা জনাওঁ
(প্ৰকাশিত বাক্য ১৪:৬, ৭)
১. ৰা-জ্যৰ সা-ক্ষ্য দি-ব লা-গি-ব যে আ-মাক।
ন-জ-না যি ক-থা জ-না-লে যি-হো-ৱাই;
নি-শ্চিত ক-ৰি-লে তেওঁ দি-ব ৰা-জ্য সু-খৰ;
ভাল প-ৰি-স্থি-তিত আ-নিব তেওঁ মা-ন-ৱক।
যী-চুক ক-ৰি-লে তেওঁ ৰ-জা আ-ৰ-ম্ভ-ণীত,
পি-ন্ধা-লে কি-ৰি-টি তেওঁ ৰ-জাক স-ম-য়-তে;
আ-ছে অ-ভি-ষি-ক্ত-জন ল-গত আ-জি তেওঁৰ,
স-ফল ক-ৰি-ব যাঃৰ ই-চ্ছা মি-লি তেওঁ-লোক।
২. দ-য়া দে-খা-লে যি-হো-ৱা-য়ে যে আ-মাক,
মৃ-ত্যুক গ্ৰাস ক-ৰি তেওঁ ব-চা-ব মা-নু-হক;
অ-তি সোন-কা-লে যাঃৰ নাম হʼ-ব প-বি-ত্ৰ,
আ-হি-ব আ-ন-ন্দৰ জো-ৱাৰ এই পৃ-থি-ৱীত।
এই শু-ভ-বা-ৰ্তা শু-নো-ৱাৰ স-ময় আ-হিল,
আ-ছে দুত ল-গ-তে আ-মাৰ না-পা-হ-ৰি-বা;
ম-হি-মা পো-ৱাৰ যো-গ্য হয় যাঃ এই ধ-ৰাত,
আ-হা এ-য়া জ-নাওঁ আ-মি মি-লি আ-নক।
(মাৰ্ক ৪:১১; পাঁচ. ৫:৩১; ১ কৰি. ২:১, ৭ পদবোৰো চাওক।)