Skip to content

Skip to table of contents

গীত নং ৬৬

সকলোকে শুভবাৰ্তা জনাওঁ

সকলোকে শুভবাৰ্তা জনাওঁ

(প্ৰকাশিত বাক্য ১৪:৬, ৭)

  1. ১. ৰা-জ্যৰ সা-ক্ষ্য দি-ব লা-গি-ব যে আ-মাক।

    ন-জ-না যি ক-থা জ-না-লে যি-হো-ৱাই;

    নি-শ্চিত ক-ৰি-লে তেওঁ দি-ব ৰা-জ্য সু-খৰ;

    ভাল প-ৰি-স্থি-তিত আ-নিব তেওঁ মা-ন-ৱক।

    যী-চুক ক-ৰি-লে তেওঁ ৰ-জা আ-ৰ-ম্ভ-ণীত,

    পি-ন্ধা-লে কি-ৰি-টি তেওঁ ৰ-জাক স-ম-য়-তে;

    আ-ছে অ-ভি-ষি-ক্ত-জন ল-গত আ-জি তেওঁৰ,

    স-ফল ক-ৰি-ব যাঃৰ ই-চ্ছা মি-লি তেওঁ-লোক।

  2. ২. দ-য়া দে-খা-লে যি-হো-ৱা-য়ে যে আ-মাক,

    মৃ-ত্যুক গ্ৰাস ক-ৰি তেওঁ ব-চা-ব মা-নু-হক;

    অ-তি সোন-কা-লে যাঃৰ নাম হʼ-ব প-বি-ত্ৰ,

    আ-হি-ব আ-ন-ন্দৰ জো-ৱাৰ এই পৃ-থি-ৱীত।

    এই শু-ভ-বা-ৰ্তা শু-নো-ৱাৰ স-ময় আ-হিল,

    আ-ছে দুত ল-গ-তে আ-মাৰ না-পা-হ-ৰি-বা;

    ম-হি-মা পো-ৱাৰ যো-গ্য হয় যাঃ এই ধ-ৰাত,

    আ-হা এ-য়া জ-নাওঁ আ-মি মি-লি আ-নক।