Skip to content

Skip to table of contents

গীত নং ৬৯

শুনাওঁ আমি ৰাজ্যৰ এই বাৰ্তা!

শুনাওঁ আমি ৰাজ্যৰ এই বাৰ্তা!

(২ তীমথিয় ৪:৫)

  1. ১. শু-নাওঁ আ-মি ৰা-জ্যৰ এই বা-ৰ্তা,

    পৃ-থি-ৱীৰ লোক-স-ক-লক।

    দিওঁ প্ৰে-মে-ৰে খ-বৰ তেওঁ-লো-কক,

    যা-তে আ-হে যাঃৰ কা-ষত।

    অ-মূ-ল্য হয় আ-মাৰ এই সে-ৱা,

    আ-ন-ন্দ-ৰে ক-ৰিম স-দায়।

    জ-নাম এই ম-হান নাম যি-হো-ৱাৰ,

    স-ক-লো-কে ক-ৰি প্ৰ-চাৰ।

    (কোৰাচ)

    দৃ-ঢ় বি-শ্বা-সে-ৰে যি-হো-ৱাৰ পা-লন ক-ৰি আ-জ্ঞা,

    ক-ৰোঁ সা-হ-সে-ৰে ঘো-ষ-ণা যাঃৰ ৰা-জ্যৰ এই বা-ৰ্তা।

  2. ২. অ-ভি-ষি-ক্ত, ন-ম্ৰ লো-কে যে

    ক-ৰে শা-ন্তি-ৰে প্ৰ-চাৰ,

    এক-গোট হৈ আ-মি স-ক-লো-ৱে

    ক-ৰোঁ সে-ৱা যি-হো-ৱাৰ।

    লোক-স-ক-লে জ-নাৰ প্ৰ-য়ো-জন

    যে যি-হো-ৱাৰ ৰা-জ্য কা-ষত।

    নাই কো-নো আ-মাৰ ভ-য়ৰ কা-ৰণ

    আ-ছে ঈ-শ্বৰ আ-মাৰ ল-গত।

    (কোৰাচ)

    দৃ-ঢ় বি-শ্বা-সে-ৰে যি-হো-ৱাৰ পা-লন ক-ৰি আ-জ্ঞা,

    ক-ৰোঁ সা-হ-সে-ৰে ঘো-ষ-ণা যাঃৰ ৰা-জ্যৰ এই বা-ৰ্তা।

(গীত. ২৩:৪; পাঁচ. ৪:২৯, ৩১; ১ পিত. ২:২১ পদবোৰো চাওক।)