Skip to content

Skip to table of contents

গীত নং ৮৩

“ঘৰে-ঘৰে” শুভবাৰ্তা জনোৱা

“ঘৰে-ঘৰে” শুভবাৰ্তা জনোৱা

(পাঁচনিৰ কৰ্ম্ম ২০:২০)

  1. ১. ঘ-ৰে ঘ-ৰে, ন-ম্ৰ লো-কক,

    ক-ৰোঁ বা-ৰ্তাৰ প্ৰ-চাৰ।

    স-ত্যক ক-ৰে যি-জ-নে প্ৰেম,

    ম-ন্দক ক-ৰে ঘৃ-ণা।

    জ-নাওঁ স-ক-লো মা-নু-হক,

    যাঃৰ ৰা-জ্যৰ বি-ষ-য়ে;

    যী-চু-ৱে কো-ৱা এই বা-ৰ্তাক

    শি-কাওঁ স-ক-লো-কে।

  2. ২. ঘ-ৰে ঘ-ৰে, জ-নাওঁ আ-মি,

    উ-দ্ধা-ৰৰ সু-খ-বৰ;

    যাঃৰ এই নাম লো-ৱাৰ যো-গে-দি,

    হʼ-ব তেওঁ-লোক মু-ক্ত।

    কে-নে-কৈ লʼ-ব তেওঁৰ সেই নাম

    যি লো-কে শু-নাই নাই?

    সেই-বা-বে এই প-বি-ত্ৰ নাম

    স-ক-লো-কে শু-নাওঁ।

  3. ৩. তে-ন্তে আ-হা, ঘ-ৰে ঘ-ৰে,

    শু-নাওঁ ৰা-জ্যৰ বা-ৰ্তা;

    লো-কে শু-নে বা নু-শু-নে,

    ক-ৰক তেওঁ বা-চ-নি।

    যী-চু-ৱে চাই তেওঁ-লো-কৰ মন,

    হয় নে ন-হয় ধা-ৰ্মিক।

    আ-মি জ-নো-ৱাৰ প্ৰ-য়ো-জন,

    এ-য়াই হৈ-ছে, স-ত্য।

(পাঁচ. ২:২১; ৰোম. ১০:১৪ পদবোৰো চাওক।)