Skip to content

Skip to table of contents

গীত নং ৯৬

যিহোৱাৰ পবিত্ৰ কিতাপ​—এক অমূল্য উপহাৰ

যিহোৱাৰ পবিত্ৰ কিতাপ​—এক অমূল্য উপহাৰ

(হিতোপদেশ ২:১)

  1. ১. ঈ-শ্ব-ৰে দিয়া এই অ-মূ-ল্য বা-ক্য,

    দি-য়ে পো-হৰ আ-মাক এই জী-ৱ-নত।

    ই-য়াৰ শ-ক্তি, যি ক-ৰে স-হায় আ-মাক;

    দি-য়ে যি শি-ক্ষা আ-মাৰ জী-ৱনত।

    বাই-বেল, ঈ-শ্ব-ৰৰ সেই অ-মূ-ল্য কি-তাপ,

    লি-খি-ব-লৈ তেওঁ দি-লে মা-নু-হক;

    প-বি-ত্ৰ শ-ক্তিৰ স-হা-য়ত লি-খি-লে,

    যি-হো-ৱাৰ উ-দ্দে-শ্য এই কি-তা-পত।

  2. ২. সৃ-ষ্টিৰ বি-ষ-য়ে লি-খি-লে লে-খ-কে,

    কে-নে-কৈ বি-শ্ব ব-না-লে যাঃ-য়ে;

    আ-ৰ-ম্ভ-ণীত মা-নুহ আ-ছিল অ-ধী-নত,

    আ-জ্ঞা না-মা-নি হে-ৰা-লে জী-ৱন।

    দু-ষ্ট চয়-তা-নৰ বি-ষ-য়ে জ-না-লে,

    যি-জ-নে বি-দ্ৰোহ ক-ৰি-লে পি-তাক;

    পা-পী মা-নু-হে পা-লে দুখ জী-ৱ-নত,

    কি-ন্তু সোন-কা-লে হʼ-ব যাঃৰ বি-জয়।

  3. ৩. এ-তি-য়া স-ময় হʼল আ-ন-ন্দ ক-ৰাৰ,

    ব-না-লে যী-চুক ৰ-জা যি-হো-ৱাই;

    আ-হা আ-মি দিওঁ ৰা-জ্যৰ খ-বৰ আ-নক,

    দিওঁ ভাল জী-ৱ-নৰ আ-শা তেওঁ-লো-কক।

    বাই-বেল হয় ঈ-শ্ব-ৰৰ নি-শ্বা-সিত বা-ক্য,

    দি-য়ে জী-ৱ-নত যাঃৰ শি-ক্ষা আ-মাক;

    জী-ৱিত এই বা-ক্যই দি-য়ে ঈ-শ্ব-ৰৰ জ্ঞান,

    প-ঢ়ে যি-জ-নে পায় তেওঁ এই ৰ-ত্ন।

(২ তীম. ৩:১৬; ২ পিত. ১:২১ পদবোৰো চাওক।)