Skip to content

Skip to table of contents

গীত নং ৯৯

হাজাৰ হাজাৰ আমাৰ ভাইসকল

হাজাৰ হাজাৰ আমাৰ ভাইসকল

(প্ৰকাশিত বাক্য ৭:৯, ১০)

  1. ১. হা-জাৰ হা-জাৰ জন ভাই আ-মাৰ,

    আ-ছে এ-ক-তা-ৰে,

    বি-শ্বা-সী সা-ক্ষী তেওঁ-লোক,

    আ-ছে যাঃৰ প্ৰে-মে-ৰে।

    লাখ হা-জাৰ জন ভাই আ-মাৰ,

    ক-ৰি-ছে সে-ৱাৰ কাম,

    পৃ-থি-ৱীৰ স-ক-লো ভা-ষা-তে,

    গাই যি-হো-ৱাৰ গুণ-গান।

  2. ২. হা-জাৰ হা-জাৰ জন ভাই আ-মাৰ,

    শু-নাই বা-ৰ্তা আ-নক।

    আ-হি-ব ন-তুন ৰা-জ্য,

    এ-য়া ই-চ্ছা হয় যাঃৰ।

    ক-ৰি সে-ৱাৰ কাম আ-মি,

    ক্লা-ন্ত য-দি হৈ যাওঁ,

    পাওঁ স-ন্তু-ষ্টি আ-মি যে ম-নত,

    যী-চুৰ বি-নি-ম-য়ত।

  3. ৩. হা-জাৰ হা-জাৰ জন ভাই আ-মাৰ,

    ক-ৰে ৰা-তি-দিন কাম,

    সু-ৰ-ক্ষা পাই যাঃৰ প-ৰা,

    ন-হয় কা-লিৰ চি-ন্তা।

    লাখ হা-জাৰ জন ভাই আ-মাৰ,

    ক-ৰে প্ৰ-চা-ৰৰ কাম,

    ব-ন্ধু-ত্ব ক-ৰি আ-মাৰ ল-গত,

    যাঃ-য়ে দি-লে স-ন্মান।

(যিচ. ৫২:৭; মথি ১১:২৯; প্ৰকা. ৭:১৫ পদবোৰো চাওক।)