Skip to content

Skip to table of contents

বিশ্বাসেৰে

বিশ্বাসেৰে

(গীতমালা ২৭:১৩)

ডাউনলʼড কৰক:

  • লিড চিট

  1. ১. সিংহক মই ভয় নকৰোঁ

    কিয় শত্ৰুক ভয় কৰিম মই?

    যিহোৱা মোৰ ওচৰ,

    নাই মোৰ কোনো ভয়।

    ঈশ্বৰ মোৰ লগত মই জানোঁ।

    (কোৰাচ)

    বিশ্বাসেৰে, মই চাওঁ নতুন জীৱন।

    বিশ্বাসেৰে, মই দেখোঁ নিজকে।

    যিহোৱা মোৰ সাহস,

    তেওঁ আছে মোৰ লগত।

    জানোঁ ঈশ্বৰ আছে, মোৰ ওচৰ—

    বিশ্বাসেৰে।

  2. ২. বিশ্বাসী জন যি আমাৰ

    থাকিল তেওঁ হৈ নিষ্ঠাৱান।

    বিশ্বাসে অটল,

    কৰিলে তেওঁলোকক।

    ভৱিষ্যৎ হʼল তেওঁৰ সুৰক্ষিত।

    (কোৰাচ)

    বিশ্বাসেৰে, মই চাওঁ নতুন জীৱন।

    বিশ্বাসেৰে, মই দেখোঁ নিজকে।

    যিহোৱা মোৰ সাহস,

    তেওঁ আছে মোৰ লগত।

    জানোঁ ঈশ্বৰ আছে, মোৰ ওচৰ—

    বিশ্বাসেৰে।

    (ব্ৰীজ)

    বিশ্বাসেৰে, মই কঠিন কাম কৰোঁ।

    বিশ্বাসেৰে, মোৰ আশা নিশ্চিত।

    মই কʼত থাকিম বিনা বিশ্বাসেৰে অসম্ভৱ,

    উজ্জ্বল ভৱিষ্যতৰ আশা।

  3. ৩. মই দেখোঁ ভাল ভৱিষ্যৎ,

    ঈশ্বৰে ৰাখিছে মোৰ বাবে।

    মই সাহসী হʼম।

    যিহোৱাৰ দিন ওচৰ

    তেওঁ বিজয়ী হʼব।

    (কোৰাচ)

    বিশ্বাসেৰে, মই চাওঁ নতুন জীৱন।

    বিশ্বাসেৰে, মই দেখোঁ নিজকে।

    যিহোৱা মোৰ সাহস,

    তেওঁ আছে মোৰ লগত।

    জানোঁ ঈশ্বৰ আছে, মোৰ ওচৰ—

    বিশ্বাসেৰে,

    বিশ্বাসেৰে।