মোক সাহস দিয়া
(২ ৰাজাৱলি ৬:১৬)
ডাউনলʼড:
১. ভয় আ-ৰু স-ন্দে-হে
মোক আ-ৱ-ৰি আ-ছে,
কʼ-লৈ যাওঁ মই না-জা-নি-লে
দে-খু-ৱা বাট তু-মি।
জী-ৱন ন-হয় স-হজ
এ-য়া জা-নো যে মই,
তু-মি দি-য়া স-হায় আ-মাক,
মোৰ জী-ৱন সু-ৰ-ক্ষিত।
(কোৰাচ)
যি-হো-ৱা দে-খু-ৱা আ-মাক,
বি-শ্বা-সৰ চ-কু-ৰে
সং-গী অ-ধিক আ-ছে যে আ-মাৰ
সা-হস দি-য়া তু-মি।
সা-হস, দি-য়া সা-হস;
থি-ৰে থা-কি-ব-লৈ।
যি-হো-ৱা দি-য়া সা-হস,
নি-শ্চয় জয় তো-মাৰ।
২. মা-টি-ৰে নি-ৰ্মিত মই
দু-ৰ্বল মই ভয় ক-ৰোঁ।
তু-মি আ-ছা শি-লা হৈ মোৰ
দি-য়া তু-মি মোক বল।
দি-য়া তু-মি সা-হস,
দৃ-ঢ় হয় মোৰ হৃ-দয়।
ক-ৰি-ব নো-ৱা-ৰে হা-নি,
বা-ন্ধোন বা ম-ৰ-ণে।
(কোৰাচ)
যি-হো-ৱা দে-খু-ৱা আ-মাক,
বি-শ্বা-সৰ চ-কু-ৰে
সং-গী অ-ধিক আ-ছে যে আ-মাৰ
সা-হস দি-য়া তু-মি।
সা-হস, দি-য়া সা-হস;
থি-ৰে থা-কি-ব-লৈ।
যি-হো-ৱা দি-য়া সা-হস,
নি-শ্চয় জয় তো-মাৰ।
(কোৰাচ)
যি-হো-ৱা দে-খু-ৱা আ-মাক,
বি-শ্বা-সৰ চ-কু-ৰে
সং-গী অ-ধিক আ-ছে যে আ-মাৰ
সা-হস দি-য়া তু-মি।
সা-হস, দি-য়া সা-হস;
থি-ৰে থা-কি-ব-লৈ।
যি-হো-ৱা দি-য়া সা-হস,
নি-শ্চয় জয় তো-মাৰ।
যি-হো-ৱা দি-য়া সা-হস,
নি-শ্চয় জয় তো-মাৰ।