যোৱেল ১-৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |“তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব”
২:২৮, ২৯
অভিষিক্ত খ্ৰীষ্টানসকলে যিহোৱাৰ হৈ প্ৰচাৰ কাৰ্য্য কৰে। তেওঁলোকে যিহোৱা “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে লোকসকলক জনায় আৰু ‘ৰাজ্যৰ শুভবাৰ্ত্তা’ ঘোষণা কৰে। (পাঁচ ২:১১, ১৭-২১; মথি ২৪:১৪) বৰ লোকসমূহেও ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ যোগেদি তেওঁলোকক সহযোগ কৰে
২:৩২
‘যিহোৱাৰ নাম লোৱাৰ’ অৰ্থ কি?
-
তেওঁৰ নাম জনা
-
তেওঁৰ নামক সন্মান কৰা
-
যাৰ এই নাম হয় তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰা
নিজকে সোধক, ‘ভাববাণী কৰা কাৰ্য্যত অভিষিক্ত খ্ৰীষ্টানসকলক মই কেনেকৈ সহযোগ কৰিব পাৰোঁ?’