মালাৱি দেশত যিহোৱাৰ সাক্ষীসকলৰ মাজত প্ৰকৃত প্ৰেমৰ প্ৰদৰ্শন

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা অক্টোবৰ 2018

আলোচনাৰ বাবে আৰ্হি

মানৱজাতিয়ে কিয় দুখ-কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু ঈশ্বৰে এই দুখ-কষ্ট কেনেকৈ অন্ত কৰিব, ইয়াৰ বিষয়ে ধাৰাবাহিকৰূপে প্ৰকাশ কৰা আলোচনাৰ বাবে আৰ্হি।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়

যীচুৱে এজন সজ ৰখীয়া হিচাপে ব্যক্তিগতভাৱে নিজৰ মেৰবিলাকৰ প্ৰয়োজনীয়তা, দুৰ্ব্বলতা আৰু শক্তিৰ বিষয়ে জানে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যীচুৰ দৰে কৰুণা দেখুৱাওক

যীচুৱে লোকসকলৰ প্ৰতি কৰুণা আৰু সহানুভূতি দেখুৱাইছিল। তেওঁৰ এই গুণ কিয় মন কৰিবলগীয়া আছিল?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমালোকক আৰ্হি দেখুৱালোঁ”

যীচুৱে শিষ্যসকলৰ ভৰি ধুই, তেওঁলোকক নম্ৰ হ’বলৈ শিক্ষা দিছিল। শিষ্যসকলে ভাইসকলৰ বাবে যিকোনো কাম কৰা উচিত।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—স্বাৰ্থপৰ আৰু খং তুলোৱা মনোবৃত্তি ত্যাগ কৰক

খ্ৰীষ্টৰ দৰে প্ৰেম দেখুৱাবলৈ আমি আনৰ ভালৰ বাবে চিন্তা কৰা উচিত আৰু খং তুলিব পৰা কাৰ্য্যবোৰৰপৰা আঁতৰি থকা উচিত।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমালোক জগতৰ নোহোৱা”

যীচুৰ অনুকাৰীসকলক জগতৰপৰা আঁতৰি থাকিবলৈ সাহসৰ প্ৰয়োজন হ’ব।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক

একতা বজাই ৰাখিবলৈ আমি আনৰ ভাল গুণবোৰলৈ লক্ষ্য কৰা উচিত আৰু হৃদয়ৰপৰা ক্ষমা কৰা উচিত।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যীচুৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল

যীচুৰ শিষ্য হিচাপে আমিও নিজৰ কথাৰে আৰু কাৰ্য্যৰে সত্যৰ বিষয়ে সাক্ষ্য দিওঁ।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক

মিছলীয়া আৰু অধাৰ্ম্মিকতাৰ জগতত জীয়াই থকাৰ সত্ত্বেও আমি সত্যত আনন্দ কৰা উচিত, সত্য কোৱা উচিত আৰু সত্য কথাৰ ওপৰত ধ্যান দিয়া উচিত।